Hari Nam (Assamese) , Lyrics , collected & Prepared by Nitumoni Deka, Jamuna Bora & Sebika Bora, Edited & Reviewed by Podmeswar Bora

 

*** হৰি নামঃ বহীত লিখনি আৰু সংগ্রহ-  নিটুমনি ডেকা, যমুণা বৰা, ছেবিকা বৰা, সম্পাদন- পদ্মেশ্বৰ বৰা, সহযোগ- পুষ্পা বৰা নামতি দল

 

*তলত উল্লেখিত নামসমূহ বিভিন্ন শিতানৰ পৰা সংগৃহিত আৰু সম্পাদিত, ইয়াত অনেকখিনি ভুল-ভ্রান্তি থাকিব পাৰে, সেয়েহে এই ভুলবোৰ আপোনালোকে শুধৰাই লৈ নিজৰ বস্তু বুলি গ্রহণ কৰিব লাগে, এইখিনিয়েই প্রাৰ্থনা, অ'............হৰি, অ'............ৰাম ৷


শংকৰ নাম


কৃষ্ণ নাম


শিৱ বাবা নাম


ৰাম নাম


নামৰ নাম


দেহ বিচাৰৰ নাম


মহাভাৰতৰ নাম


সমুদ্র মন্থনৰ নাম


গ্রাহ গজেন্দ্র নাম