মাটিৰ জোখ-মাখ
১২ ফুট = ১ নল
১৪৪ বর্গফুট = এক লেচা মাটি = ১ নল x ১ নল
(অর্থাৎ ১২ ফুট x ১২ ফুট বা ৬ ফুট x ২৪ ফুট ইত্যাদি)
২০ লেচা = ১ কঠা = ২০ x ১৪৪ = ২৮৮০ বর্গফুট,
১০০ লেচা = ৫ কঠা =
১ বিঘা = ১০০ x
১৪৪ = ১৪৪০০ বর্গফুট,
গতিকে, ১ বিঘা = ১৪৪০০ বর্গফুট,
আকৌ ৪ বিঘা = ১ পুৰা = ৪ x ১৪৪০০ = ৫৭৬০০
বর্গফুট,
এক একৰ = ৩ বিঘা ২.৫ লেচা,
এক হেক্টৰ = ১০৭৬৩৯.১০৪২
বর্গফুট ।