LAND CALCULATION IN ASSAMESE

 

মাটিৰ জোখ-মাখ

 

১২ ফুট = ১ নল

 

১৪৪ বর্গফুট = এক লেচা মাটি = ১ নল x  ১ নল

(অর্থাৎ ১২ ফুট x  ১২ ফুট বা ৬ ফুট x  ২৪ ফুট ইত্যাদি)

 

২০ লেচা = ১ কঠা = ২০ x  ১৪৪ = ২৮৮০ বর্গফুট,

 

১০০ লেচা = ৫ কঠা = ১ বিঘা = ১০০ x  ১৪৪ = ১৪৪০০ বর্গফুট,

গতিকে, ১ বিঘা = ১৪৪০০ বর্গফুট,

আকৌ ৪ বিঘা = ১ পুৰা = ৪ x  ১৪৪০০ = ৫৭৬০০ বর্গফুট,

এক একৰ = ৩ বিঘা ২.৫ লেচা,

এক হেক্টৰ = ১০৭৬৩৯.১০৪২ বর্গফুট ।