ENGLISH READING (PRONOUNCIATION IN ASSAMESE)

Alphabet

শব্দত উচ্চাৰণ (In Word Sound)

শব্দ (Word)  

উচ্চাৰণ (Pronunciation)

অর্থ(Meaning)

A / a

Apple

এপ্পল

আপেল

 

Sugar

চুগাৰ /ছুগাৰ

চেনী

Ball

বল্‌

বল / ঘূৰণীয়া বস্তু

আঃ, অ্যা, অ্যাঁ

 

 

 

B / b

Bat

বেট / ব্যাট

বেট

(Bh)

Bharat

ভাৰত/ভৰত

আমাৰ দেশ / এজন শক্তিশালী ৰজা

C / c

Cat

কেত্‌/কেট্‌

মেকুৰী

চ / ছ

Centre/Center 

চেন্টৰ/চেণ্টাৰ/ছেন্টাৰ 

কেন্দ্র

(Ch)

Chat

ছাট

আলাপ

D / d

দ/ড

Dog  

ডগ / দগ

কুকুৰ

ধ / ঢ

Dhol

ঢোল

ঢোল এবিধ বাদ্যযন্ত্র

E / e

ই/ঈ

Emergency

ই/ঈমাৰজেন্‌চি

জৰুৰীকালীন

Alphabet

এলফাবেত / এলফাবে

বৰ্ণমালা

F / f

Fan

ফেন

পাংখা / ফেন

G / g

God

গদ্‌ / গড্‌

ভগৱান/সৃষ্টি-স্থিতি-প্রলয়ৰ গৰাকী

জ / য

Gender

জেন্দাৰ/জেণ্ডাৰ

লিংগ

(Gh)

Ghee

ঘি

ঘিউ

H / h

হ / হঃ

Hen

হেন

কুকুৰা

I / i

আই

Ice

ইচে / ঈচে, আইচ

বৰফ

ই / ঈ (য়ি / য়ী)

Ring

ৰিং

আঙুঠি

J / j

জ / য

Jug

যুগ / জুগ / জগ / জই্‌গ

জগ

(Jh)

Jhansi

ঝান্সি

উত্তৰ প্ৰদেশৰ এখন ঐতিহাসিক চহৰ

K / k

Kite

কাইট্‌ 

চিলা

খ / ক্ষ (Kh)

Khaki

খাকী / ক্ষাকী

এবিধ কটন ফেব্রিক কাপোৰ

L / l

Lion

লিওন/ লাইঅন

সিংহ

M / m

Mango

মেংগো / মেংগৌ

আম

N / n

ন/ ণ

Nest

নেস্ত/নেষ্ট / ণেষ্ট

বাহ

(Ng) / ঙ্গ (ng)

Angry

আংৰি/ এংগ্রি / এঙ্গ্‌ৰি

খং/ক্রোধযুক্ত

(Ng), (Ng),

 

 

 

O / o

Owl

অওল / আওল / ঔল

ফেঁচা

’ / অ’

Political

প’লিটিকেল

ৰাজনীতি

Morning

মর্নিং / মৰনিং

পুৱা

ও/ওঁ/উ/ঊ

Boon

বোন্‌/বুন/বূন   

আৰ্শীবাদ

P / p

Pan

পান / পাণ / পেন/পেণ

কেৰাহী

(ph)

Phase

ফেইচ্‌ / ফেচ্‌

স্তৰ

Q / q

ক/কিউ/কু/ক্য

Queen

কুইন

ৰাণী

R / r

ৰ/ড় / ঢ়(rh)

Red

ৰেদ, ৰেড

ৰঙা

S / s

শ / ষ / / চ / ছ

Sun

সান

সূৰ্য

শ/ষ (Sh)

Banish

বেনিষ / বেনিশ

খেদি দিয়া বা আতৰ কৰা

T / t

ত / ট / ৎ

Ten

তেন / টেন

দহ

থ / ঠ

Thunder

থাণদাড় / ঠাণ্ডাৰ / থান্ডাৰ

ব্রজপাত

U / u

অ/আ

Umbrella

আম্ব্রেলা / আম্‌ব্রেলা

ছাতি

উ/ঊ/ উঃ

Urmila

উৰ্মিলা

এগৰাকী ছোৱালীৰ নাম

V / v

ভ / ভঁ

Vaccine

ভেকচিন

প্রতিষেধক

Van

ভান / ৱান

মালগাড়ী / ভানগাড়ী

W / w

ও/ওঃ/ওঁ/ৱ  

Wall

ওয়াল্ / ৱল / ৱাল / উঅল

দেৱাল

X / x

এক্স / ক্স

X-Ray

এক্স-ৰে্‌ই / এক্স-ৰে

এক্স-ৰে

Xylophone

জাইলোফোন

এবিধ বাদ্যযন্ত্র

Y / y

ইয়

Yak

ইয়াক / ইয়ক

চমৰী গাই

Yellow

য়েলৌ / ইয়েলৌ

হালধীয়া

Z / z

জ / য   

Zoo

জু / যু

চিৰিয়াখানা

ঝ (zh)

Zhuang

ঝুয়াং

চীনৰ টাই ভাষা কোৱা এক জনগোষ্ঠী

ইংৰাজী শুদ্ধকৈ পঢ়াৰ বাবে তালিকখন পঢ়ক,  Prepared By Podmeswar