DIALOGUES OF INOVATIVE

Life Related Matters



DATE: 04-07-2020

TODAY DIALOGUE IS:














DATE: 05-07-2020

TODAY DIALOGUE IS:








DATE: 06-07-2020

TODAY DIALOGUE IS:











DATE: 07-07-2020

TODAY DIALOGUE IS:











DATE: 08-07-2020

TODAY DIALOGUE IS:











DATE: 09-07-2020

TODAY DIALOGUE IS:








DATE: 10-07-2020



TODAY DIALOGUE IS:









DATE: 11-07-2020


TODAY DIALOGUE IS:









DATE: 12-07-2020




TODAY DIALOGUE IS:









DATE: 13-07-2020




TODAY DIALOGUE IS:










DATE: 14-07-2020


TODAY DIALOGUE IS:

"জীৱনত ঘটি থকা প্রতিটো কাৰ্য আৰু কাৰণৰ গৰাকী হ'ল ভগৱান, আমি সেয়েহে ইয়ার উপলব্ধিয়ে সু-কৰ্মবোৰহে কৰিব লাগে" 

"Every work and reason in the running life is the owner of God, so we should do only the well works feeling this feeling"




DATE: 15-07-2020


TODAY DIALOGUE IS:

"বেয়া বা কু-কৰ্ম কৰি ক'লৈকো পলাব নোৱাৰি, য'তে নাথাকে কিয় শাস্তি ভুগিবই লাগিব, সেয়েহে প্রতিটো কৰ্মৰ আগত এবাৰ চিন্তা কৰা্তো আমাৰ কৰ্তব্য যাতে আমি সৎ কৰ্মকহে বাঁচনি কৰো" 

"Doing any bad work cannot be fled, whenereever stay, must be punished, so we ought to think before doing everywork that we choose the right or good work" 






DATE: 16-07-2020


TODAY DIALOGUE IS:


"অসৎ ্কৰ্মৰে ধন অৰ্জন কৰিবলৈ সহজ কিন্ত এই সম্পত্তি অস্থায়ী আরু শান্তিও পোৱা নাযায়, আনকি নিশা শান্তিরে নিন্দাও মারিব নোৱাৰি, আনহাতে সৎ কৰ্মরে ধন অৰ্জন করিবলৈ অতি কঠিন কিন্ত ই স্থায়ী আরু শান্তিও দীৰ্ঘস্থায়ী, দিনটো হাজিরা করি রাতি টোপনি আরু শান্তিরে নিন্দা মারিব পরা যায়  লগতে সুখ প্রাপ্ত হয়।"


"It is easy to earn money by corruption or bad works, but these money and wealth transitory and cannot be got the peace, also might not be sleep well in the night, on the other hand, it is hard to earn money and wealth through good or well work but these are fix, and can be got peace as well as happy, by doing daily work for others can be sleep with peace."






DATE: 17-07-2020


TODAY DIALOGUE IS:

"আমি এক জাতিরে সকলো, সেয়া হ'ল মানৱ জাতি, বিভিন্ন প্রাণী আরু প্রজাতির আমি এক অংশ মাথো, আমি সৃষ্টি করা ধৰ্ম, জাতি আরু আন আন পৃথক মনোভাৱে আমাক বিভিন্ন ক্ষেত্রত  সীমিত করিছে ।"

"We are only a nation, this is human nation, we are a part of various creatures; the religion, races and other different manner which we create that limit us in various matters."



DATE: 18-07-2020

TODAY DIALOGUE IS:

"কোনে জানে আমার মৃত্যু কেতিয়া হ'ব? সেয়েহে মৃত্যুর আগত এই সমাজ আরু দেশর বাবে সাধ্য অনুসারে যিমান সম্ভৱ সিমান কৰ্ম করি যোৱা উচিত"

"Who knows when our death will be? so, before death, we should do works as can as capable of."




DATE: 19-07-2020

TODAY DIALOGUE IS:


"আমার হাতত থকা ক্ষমতা আরু শক্তিবোর সু-প্রয়োগ করিব লাগে, করিলে মানৱ জাতির উন্নতি হয় আরু দুপ্রয়োগে নিজকে ধ্বংস করে"


"The powers and energies we have that should be use in well works, then increase or develop the human being, and the bad uses destroy ourselves."

DATE: 20-07-2020

TODAY DIALOGUE IS:

" দুখীয়া দুখীয়া বুলি ভাবি থাকিলে দুখ দূর নহয়, সৎ কৰ্মৰ মাধ্যমেরে দৈনিক কাম করি আগুৱাই গ'লেহে দুখ দূর হ'ব, নহয়  জানো ? "

"By thinking poor and poor, cannot be finished the poorness, instead by doing well or good works and approaching through good works can be out from the poor, isn't it?




DATE: 21-07-2020

TODAY DIALOGUE IS:

"আমি কোনো দিশতে শ্রেষ্ঠ নহওঁ, সেয়েহে আমার মনত অহংকার জাগ্রত করি শ্রেষ্ঠ বুলি আমি নিজকে ভাবি সীমিত করাতো উচিত নহয়, ইয়ার ঠাইত আমার শ্রেষ্ঠতম কৰ্মৰ মাধ্যমেরে প্রকাশ করিব লাগে আরু কৰ্মত শ্রেষ্ঠতকৈ শ্রেষ্ঠ প্রতিপন্ন করিব লাগে "

"We are never great or best in any field, so by thinking great or best, we should not limit us, instead or in the place of it, we should act our best or great performances through our works"




DATE: 22-07-2020

TODAY DIALOGUE IS:


"যি অধিক কয় তেওঁ কৰ্মৰ পরিমাণ কম হয়, আনহাতে যি কৰ্ম অধিক করে তেওঁ কথা-বাৰ্তা আরু ভাষণ দিবলৈ সময় নাপায়"


"Those speaking much are done only a few works, those we work much, they have no time to talk or lecture"





DATE: 23-07-2020

TODAY DIALOGUE IS:

"কথা কোৱা অতি সহজ আরু অতি কম সময় লাগে, কিন্ত সেই কথা বাস্তৱত প্রয়োগ বা পরিণত করোতে অতি কঠিন আরু সময়ো অধিক প্রয়োজন হয় ।"

"Speaking is very easy and need a little time, but the speaking apply or do in the real that are very hard and needed much time."



DATE: 24-07-2020

TODAY DIALOGUE IS:

"জ্ঞান  অৰ্জন সেইবোরকে কোৱা হয়, যি জ্ঞাত হৈ বাস্তৱত আরু বাস্তৱ  জীৱনত প্রয়োগ হয়, আনহাতে সেইবোর জ্ঞান অৰ্জন করার সমপৰ্যায়ৰ  নহয়, যিবোৰ মুখস্ত করি মনর ভিতরতে আবদ্ধ করি রখা হয় ।"

"The acquired knowledge are called those are known and apply in the real life, on the other hand, the knowledges that are known by mechanically and stored in mind are not as equal as acquired knowledge." 



DATE: 25-07-2020

TODAY DIALOGUE IS:

"সৎ  কৰ্মৰে আগুৱাই গ'লে বিভিন্ন বাধার সম্মুখিন হ'ব লাগে, এই প্রতিটো বাধার সম্মুখিন হৈ সফল হ'লে যি সুখ প্রাপ্ত হয় সেয়া কম কষ্টরে আরু অতি সহজে সাধন করা কৰ্মরাজিতকৈ অধিক  হয়।"

"We have to face many obstacles when we approaching good or well works, face this problem and after success will acquire much happy than  the works done through easy way"




DATE: 26-07-2020

TODAY DIALOGUE IS:

"জীয়াই থকার এক মহৎ উদ্দেশ্য হ'ব লাগে, যি মৃত্যুর আগমুহূৰ্তলৈকে জীয়াই থাকিবলৈ উৎসাহ আরু শক্তি প্রদান করে ।"

"To living life, we should have a great objective which provides us energies and encourage to live until death"


DATE: 27-07-2020

TODAY DIALOGUE IS:

"এই পৃথিৱীত থকা সকলো প্রাণীরে সমান অধিকার আছে, সেয়েহে মানুহ হিচাপে শ্রেষ্ঠ বুলি দাবী করি, জীৱ-জন্তর গরাকী হৈ তেওঁলোকর অধিকার আরু সুবিধা আদায় করাতো উচিত নহয় ।" 

"Every creature or animal has equal right in this world, so mentioned as the greatest creature as human being, we should not power over the other creatures and animals in this world."


DATE: 28-07-2020

TODAY DIALOGUE IS:

"জীৱনৰ প্রতিটো  কৰ্মৰ এক প্রতিক্রিয়া থাকিবই, ভাল কৰ্মৰ বাবে ভাল প্রতিক্রিয়া আৰু বেয়া কামৰ বাবে বেয়া প্রতিক্রিয়া প্রাপ্ত হয়, সেয়েহে সদায় ভাল কৰ্মহে কৰিব লাগে "

"In every work of life has a reaction, for the good works reaction comes good and for the bad works reaction comes bad, so we should always do good works in our life"





DATE: 29-07-2020

TODAY DIALOGUE IS:

"সমস্যাৰ বাবে আমি চিন্তা কৰি সময় খৰচ/ব্যয় কৰা উচিত নহয়, ইয়াৰ ঠাইত পৰিকল্পনাৰ মাধ্যমেৰে সমস্যাটোৰ সমাধানৰ পৰিপেক্ষিতত উচিত পদক্ষেপ ল'ব লাগে "

"For the problem, we should not be take tension and wasting our time and mind, instead we should take positive steps to solve or solution the problem with proper planning".


DATE: 30-07-2020


TODAY DIALOGUE IS:

"সমস্যাৰ পৰা যিমানে দূৰলৈ যোৱা হয়, সিমানে নতুন নতুন সমস্যাৰ উৎদ্ভাৱণ হয়, সেয়েহে সমস্যাৰ মুখা-মুখি হৈ নতুন সমস্যাৰ উৎপন্ন হোৱাৰ আগতে উচিত পদক্ষেপেৰে সমস্যা সমাধান কৰিব লাগে"

"Away from the problems creates new problems, so before start a new problem, we should face the problem with proper step and should solve it"





১। বেলেগৰ ওপৰত কোনো কাম নির্ভৰ কৰাৰ আগত পাৰাপক্ষত পাৰিলে নিজৰ মাধ্যমেৰে কামটো কৰাৰ বাবে অপ্রাণ চেষ্টা কৰিব লাগে । কোনে জানে সময়ত গৈ বেলেগে কি কি অজুহাত দেখায় আরু আমাক বিপদত বা শ’ল্টহেকত পেলায় ।”

“Before depending on the others, we should try to do through ourselves. Who knows, the others will show excuse at the time and will bring us dangerous.”

 

২। ‘অপ্রাণ চেষ্টা কৰি সর্বশক্তি প্রয়োগ কৰি মনে-প্রেণে অন্য মানুহৰ স্বার্থত নিজক উছৰ্গা কৰিলেও সকলো মানুহক বা কিছুমান মানুহক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰি । সেয়েহে আমি সৎ কর্ম কৰিব লাগে আরু বিপৰীত চিন্তা কৰা, সমালোচনা কৰা আরু নঞৰ্থক মানুহবোৰৰ বিষয় এৰাই চলিব লাগে ।”

“We can never satisfy the entire or all people through our works through our hard work or devote ourselves. Some people always dissatisfies for our works. So, we should do the right work and do for the highest number of people and give the few men of dissatisfied and negative manner.”

 

৩। “আমি আমাৰ প্ৰয়োজনীয় সকলো কামৰ ক্ষেত্ৰত আত্মনির্ভৰশীল হ’ব লাগে, পাৰিলে সকলো কাম নিজেই কৰিব লাগে, পাৰাপক্ষত অন্যৰ ওপৰত নির্ভৰ কৰাটো উচিত নহয়, তেতিয়া এক অতি সুন্দৰ সার্থক জীৱনৰ উপলব্ধি কৰিব পাৰো ।”

“We ought to self dependant for our won works, ought to work ourselves as we can, should not depend on the others, otherwise then we achieve a new beautiful successful life.”

 

৪। জীৱনটোৰ মূল্য তেতিয়াহে আমি উপলব্ধি কৰিম, যেতিয়া সমাজখনে আমাৰ প্রয়োজন অনুভৱ কৰে ।

“We can understand our value of life when the society need us”.

 

৫। সমাজখনক আমাৰ প্রয়োজন আছেনে? যদি আছে তেন্তে কিছু সন্তোষ লাভ কৰিব পাৰি ।

“Does the society need us? If need then we satisfy a little in our life.”

 

৬। “যোনে বেছি কথা কয় সি কাম নকৰে, যোনে কর্ম কৰে তেওঁ বেছি কথা-বার্তা কৰাৰ সময় নাই/নাপায় ।”

“Those speak much, they do little & those who do, and they have no much time to talk.”

 

৭। “সকলো কাম সময়তকৈ বহু আগতে সমাপ্ত কৰিব লাগে, নহ’লে কোনে জানে সময়ত আরু কি নতুন সমস্যাৰ সন্মুখিন হয়/হ’ব ।”

“Every work should be completed before the expired time, who knows? How many new problems have to face at time?”

 

৮। “অতীত, বৰ্তমান আরু ভৱিষ্যতৰ কথা চিন্তা কৰি পৰিকল্পনা কৰিব লাগে, তেতিয়া বহু পৰিমাণে কষ্ট লাঘৱ হয় ।”

“We ought to plan on the past, present and future then it is less much hard in every task.”

 

৯। “বিশ্বাস গঢ়িবলৈ বহু দিন লাগে, কিন্তূ বিশ্বাস ভাঙিবলৈ এদিনেই বা একমুহূৰ্তই কাফী/যথেষ্ট ।”

“To construct believe, it takes many days & much time, but it takes a moment or a day to erase/crash/destroy the belief.”

 

১০। “বীৰ সেইজনক কোৱা হয় যি নিজে বীৰ, কিন্তূ সেইজন বীৰ নহয় যিজনে আনৰ ওপৰত নির্ভৰ কৰি নিজকে বীৰ বুলি কয় ।”

“The brave man he/she who is brave owns self, but he/she is not brave who is brave only dependent on or rely on or refer to the others.”

 

১১। “যিকোনো কথা কওঁতে অতি সহজ আরু কৰাতো কোৱাৰ দৰে সহজ নহয় ।”

“It is easy to say anything, but not easy to do the same thing as like say.”

 

১২। “আমি সাধাৰণতে কথা কম আরু কাম বেছি কৰিব লাগে ।”

“We should generally say a little and do much work.”

 

১৩। “জ্ঞান লাভ কৰি একো লাভ নাই যদি সেই জ্ঞানবোৰক বাস্তৱিক জীৱনত প্রয়োগ কৰা নহয় ।”

“There is no profit to acquire knowledge, if the knowledge is not used in our day to day life.”

 

১৪। “প্রকৃত সুন্দৰ তেওঁহে যাৰ হৃদয় আরু কর্ম সুন্দৰ হয়, কিন্তূ ছালখন আরু মুখখন সুন্দৰ হৈ বেয়া কর্ম কৰাসকল ঘৃণাৰহে পাত্র ।”

“He or she is handsome or beautiful whose the heart and the works are beautiful, but having beautiful the screen and the face that being bad works are prisoner of hatred.”

 

১৫। “যিকোনো পৰিস্থিতিত মানুহক হাহা বা উপহাস কৰা সঠিক নহয়, সেইটো মানুহৰ দেহক/দেহৰ অংগক লৈয়ে হওঁক, বেমাৰক লৈয়ে হওঁক বা আন কোনো কাৰণতে হওঁক, অন্যথা সেই একেই অৱস্থা শীঘ্রেই আমাৰ ক্ষেত্রতো সংঘটিত হয় ।”

“At any situation, we should not laugh at any person, for the body or body parts, for disease or any status or any reason, otherwise at like same situation, we have to face shortly.”

 

১৬। “কোনে জানে আমাৰ মৃত্যু কেতিয়া হয়? এতিয়াও বা এই মুহূৰ্ততো হ’ব পাৰে, সেয়েহে আমি যিমান দিনলৈ বা মুহূৰ্তলৈ জীয়াই থাকো কেৱল ভাল কামহে কৰিব লাগে ।”

“Who knows when our death will be, it may be now or at this moment, so until we live in the day or at the moment, we should do only good works.”

 

১৭। “জীৱনটো কোনো Shortcut নহয়, কোনো বৃত্তি বা জ্ঞানো আমি Shortcut ত ল’ব পৰা নাযায়, যিমান সময় বেছি/অধিক হয়, ইয়াৰ ফলো বা প্রভাৱো অধিকতৰ হয় ।”

“Life is not any shortcut that we collect any knowledge or any job in shortcut method, how much time needed then the effect will be much.”

 

১৮। “বেয়া কাম কেতিয়াওঁ লোকোৱাই ৰাখিব নোৱাৰি, এদিন নহয় এদিন এই কথা সকলোৱে জানিব বা ধৰা পৰিম, ই ১০০ শতাংশ সত্য আরু শুদ্ধ । সেয়েহে, বেয়া কাম কৰি পিছলৈ এক নতুন সমস্যাৰ সৃষ্টি বা ৰাখি থ’ব নালাগে, তাৰ ঠাইত সদায় অতি কষ্ট কৰি হ’লেও ভাল কামহে কৰা উচিত ।”

“Bad works can never be hid, one day everybody will know it or catch it, it 100% right or correct. So, doing such bad works, we should not keep any new problem for the future, instead working hard, we ought to do good works only.”

 

১৯। “মিছা কথা কৈ সাৰিব পাৰিনে? ১০০ শতাংশই নোৱাৰি । সেয়েহে মিছা কথা কৈ ক্ষন্তেক সময় বছাতকৈ, সছা/সত্য কথা কৈ দীৰ্ঘ সময়ৰ বাবে শান্তিত থাকিব লাগে ।”

“Does anyone exit/escape by telling false or lie? 100% not possible. So, safe for a moment through speaking lie is not better, instead we should keep and peace through speaking truth for a long time.”

 

২০। “জীৱনৰ প্রতিটো মুহূৰ্তই জীৱনৰ শেষ মুহূৰ্ত বুলি আনন্দ, উপভোগ আরু সঠিক কর্মৰে সাধন কৰিব লাগে, তেতিয়া জীৱনৰ প্রতিটো ক্ষণ আমাৰ বাবে মূল্যৱান আরু গুরুত্বপূৰ্ণ হৈ ৰব ।”

“Every moment of life should be treated with enjoy, pleasant and done right work, then every moment will be stayed valuable and important of ours.”

 

২১। “সপোন দেখি দেখি সময় নষ্ট কৰা উচিত নহয়, সেই সপোন বাস্তৱত প্রয়োগ বা পূৰণ কৰিবলৈ চেষ্টা কৰা উচিত ।”

“Through dreaming dream and dream, we should not waste our time; we should take positive action on the dream in real life.”

 

২২। “চিন্তা কৰি সময় নষ্টা কৰাতকৈ উচিত পৰিকল্পনাৰে উচিত পদক্ষেপ গ্রহণ কৰা উচিত ।”

“Taking/Doing tension and wasting time should not prefer instead take positive plan and positive steps for the problems.” 

 

 

 




see next day......