Assamese to English Translations for Class 10 (ten)

Translations


A.DHUBRI DISTRICT BOARD
1.চৰিত্রবান মানুহক সকলোৱে সন্মান কৰে
Ans- All respect a man of character.
2.তেওঁ মোক সুধিছিল, “তুমি কিয় যোৱা বছৰ পৰীক্ষা দিয়া নাছিলা?”
Ans- He asked me, “Why did not you appear in the examination last year?”
3.মই অসুস্থু আছিলো বুলি উত্তৰ দিছিলো
Ans- I replied that I had been ill.
4.ৰহিম শ্রেণীৰ ভিতৰত আটাইতকৈ ভাল ৰা
Ans- Rahim is the best boy in the class.
5.তেওঁক শাস্তি দিয়া হওঁক
Ans- Let him be punished.

B.NAGAON DISTRICT BOARD
1.যোৱা বছৰ গৰমৰ বন্ধত মই ছিলঙলৈ গৈছিলো
Ans I went to Shillong last year in summer vacation.
2.মই তাত এসপ্তাহ আছিলো
Ans-I had been staying there for a week.
3.শ্বিলঙৰ জলবায়ু বৰ সুন্দৰ
Ans- The climate of Shillong is very fine.
4.গুৱাহাটীতকৈ বহুত ঠাণ্ডা
Ans- It is colder than Guwahati.
5.শ্বিলঙত থাকি বৰ ভাল লাগে
Ans- Staying in Shillong is very pleasure.

C.HAILAKANDI DIST BOARD
1.প্রীতম এজন মেধাবী ছাত্র
Ans- Pritom is a talented student.
2.তেওঁ নিয়মিতভাবে কঠোৰ পৰিশ্রম কৰে
Ans- He labours hard regularly.
3.তেওঁৰ জীৱনৰ লক্ষ্য এইয়ে যে,তেওঁ এজন ভাল চিকিৎসক
Ans- His aim of life is that he will be a good doctor.
4. সফলতা এজনৰ পৰিশ্রমৰ ওপৰত নিৰ্ভৰ কৰে
Ans- Success depends on one’s labour.
5.যদি কঠোৰ পৰিশ্রম কৰা তুমিও সফল হবা
Ans- If you labour hard, you will also succeed.

 
D.LAKHIMPUR DISTRICT BOARD
1.মাজুলী পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপ৷
Ans- Majuli is the largest river island in the world.
2. শঙ্কৰী কলা-কৃষ্টিৰ বাবে বিখ্যাত
Ans-It is famous for Sankari culture.
3.যোৱা গৰমৰ বন্ধত মই মাজুলীলৈ গৈছিলো
Ans- I had been to Majuli during last summer vacation.
4.তাত থকা সত্রবোৰ দৰ্শন কৰি বৰ ভাল লাগিল
Ans- It pleased me very much to see the sattras there.
5.তালৈ বহুত বিদেশী পৰ্যটক আহে
Ans- Many foreign tourists visit Majuli.

E.TINISUKIA DISTRICT BOARD
1.তেওঁ ১৯৭০ চনত জন্মগ্রহণ কৰিছিল
Ans- He was born in 1970.
2.মই যোৱাকালি তেওঁক ৰাস্তাত দৌৰি থকা দেখিছিলো
Ans- I saw him running on the road yesterday.
3.পঢ়াৰ সময়ত পঢ়িবা খেলাৰ সময়ত খেলিবা
Ans- Read at time and play at time.
4.অসমৰ কাজিৰঙা এক খৰ্গযু্ক্ত গঢ়ৰ বাবে বিখ্যাত৷
Ans- Kaziranga of Assam is famous for one horn rhinoceros.
5.মই অহা বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিম
Ans- I shall appear in the H.S.L.C. examination next year.

F.KAMRUP METRO EXAM BOARD
1.ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে
Ans- It has been raining since morning.
2.তেওঁ এইমাত্র আহি পালে
Ans- He has arrived just now.
3.তেওঁ ইয়াত এসপ্তাহলৈ থাকিব
Ans- He will stay here for a week.
4.তেওঁ মোক সুধিছিল, “তুমি কালি স্কুললৈ নাহিলা কিয়?”
Ans- He asked me, “Why didn’t you come to school yesterday?”
5.সি কেতিয়া আহিব মই নাজানো
Ans- I don’t know when he would come.

G.KAMRUP DIST GOVT. H.S.S. EXAM BOARD
1.অসম এখন প্রাকৃতিক সম্পদত চহকী ৰাজ্য
ANS-Assam is a state rich in natural resources.
2. ভাৰতবৰ্ষৰ উত্তৰ-পূৱত অৱস্থিত
Ans- It is situated the North East of India.
3.অসম চাহৰ বাবে বিখ্যাত
Ans- Assam is famous for tea.
4.ব্রহ্মপুত্র নদী অসমৰ মাজেৰে বৈ গৈছে
Ans- The Brahmaputra (River) is flowing through Assam.
5.ব্রহ্মপুত্র এখন বিশাল নদী
Ans- The Brahmaputra is a big river.

H.KARIMGANJ DIST EXAM BOARD
1.অসমৰ চাহ বৰ ভাল
Ans-The tea of Assam is very good.
2.গীতাই নিলিখেওঁ নপঢ়েওঁ
Ans- Geeta neither writes nor reads.
3.তুমি দিল্লীৰ লালকিল্লা দেখিছানে?
Ans- Have you seen the Redfort of Delhi?
4.বজাৰত যোৱাৰ বাটত মই ৰবীনক লগ পাইছিলো৷
Ans- I met Robin on the way of market.
5.ফুটবল খেলিবলৈ মই খুব ভাল পাওঁ
Ans- I like very much to play football.

I.KOKRAJHAR DIST. EXAM BOARD
1.পঢ়াশুনা কৰাতো ছাত্র-ছাত্রীসকলৰ কৰ্তব্য
ANS- It is the duty of the students to study.
2.ছাত্র-ছাত্রী সকলে পঢ়াশালীত সদায় যাব লাগে
Ans-Student should always go to school.
3.শিক্ষকে পঢ়ুৱাৰ সময়ত ছাত্র-ছাত্রীসকলে মনোযোগেৰে শুনিব লাগে
Ans- Student should listen attentively to the teachers when they teach.
4.তোমালোকে পঢ়াশালীত গণ্ডগোল কৰা নেকি ?
Ans- Do you make noise in the school?
5.শিক্ষকে কয়, “জ্ঞানেই সবাতকৈ ডাঙৰ ধন
Ans- The teacher says, “Knowledge is the greatest wealth.”

 J.SONITPUR DIST. EXAM BOARD
1.কাজিৰঙা এশিঙীয়া গড়ৰ বাবে বিখ্যাত
ANS- Kaziranga is famous for one horn rhinoceros.
2.বেলি পূবফালত ওলায় আৰ পশ্চিমত মাৰ যায়
Ans- The sun rises in the east and sets in the west.
3.আমি সদায় নৈৰ পাৰত ফুৰোঁ
Ans- We always walk on the bank of the river.
4.তেওঁলোক দহ বছৰ ধৰি গুৱাহাটীত আছে
Ans- They have been residing in Guwahati for ten years.
5.ডাক্তৰজন অহাৰ আগতে বেমাৰীজন ঢুকাল
Ans- The patient had died before the doctor came.

K.MORIGAON DIST. EXAM BOARD
1.যদি বৰষুণ দিয়ে আমি ফুৰিবলৈ নাযাওঁ
Ans- We shall not go out, if it rains.
2.দেউতা আহোতে মই পঢ়ি আছিলো
Ans- I was reading when father came.
3.অজিতে কেবল ফুটবলেই নেখেলে, ক্রিকেটো খেলে
Ans- Ajit plays not only football but also cricket.
4.তেওঁ ৰাতিপুৱা ছয় বজাৰ পৰা পঢ়ি আছে
Ans- He has been reading from 6 am in the morning.
5.ৰমেন ইমান দুৰ্বল যে কথাও নোৱাৰে
Ans- Romen is too weak to speak.

L.SIBSAGAR DIST. EXAM BOARD
1.আজিৰ ছাত্র কাইলৈ দেশৰ নাগৰিক ৷সুনাগৰিক বলৈ আমি আমাৰ কৰ্তব্যসমূহ নিয়াৰীকৈ পালন কৰিব লাগে বহুতো মুক্তিযুদ্ধাৰ ত্যাগৰ  ফলত আমি স্বাধীনতা লাভ কৰিলো আমাৰ দেশৰ উন্নতিৰ বাবে আমি সকলোৱে চেষ্টা কৰো এদিন আমৰ দেশত দুখীয়া মানুহ নাথাকিব
Ans- The student of today will be the citizen of the country tomorrow. We should do our duties properly to become good citizens. We attained freedom as a result of the sacrifice many freedom fighters. We all more efforts for the improvement of our country. One day there will be no poor people in our country.

M.DIBRUGHAR DIST. EXAM BOARD
1.মোৰ দেউতা কঠোৰ পৰিশ্রমী
Ans- My father is very laborious.
2.তেওঁ সদায় কামত ব্যস্ত থাকে
Ans- He always remains busy at work.
3.কঠোৰ পৰিশ্রমে শৰীৰ সুস্থ ৰাখে
Ans- Hard labour makes the body healthy.
4.তেওঁ কৈছিল, “কঠোৰ পৰিশ্রমৰ বিকল্প নাই
Ans- He said, “There is no any alternative to hard labour.”
5.মই তেওঁৰ আদৰ্শ অনুসৰণ কৰো
Ans- I follow his ideal.

N.DARANG DIST. EXAM BOARD
নদীৰ দুয়োপাৰে ধাননী পথাৰ আছে কেইজনমান মানুহ তাত বহি আছে তেওঁলোকে খৰাং বতৰৰ বিষয়ে কথাপাতি আছে ৷খেতিয়কজন অকল বুধিয়কেই বুধিয়কেই নহয়, পৰিশ্রমীও বেছিভাগ খেতিয়কেই আজি-কালি টেক্টৰেৰে খেতি কৰে
Ans- There are paddy field on both banks of the river. A few people are sitting there. They are talking about dry weather. The cultivator is not only intelligent but industrious/hard-working also. Most cultivator cultivate with the help of tractor now-a-days.

O.BAKSA DIST. EXAM BOARD
1.তাই সদায় খোজকাঢ়ি স্কুললৈ যায়
ANS-She always goes to school on foot.
2.গুৱাহাটীত এখন চিৰিয়াখানা আছে
Ans- There is a zoo in Guwahti.
3.আমি বাস কৰা ৰাজ্যখনৰ নাম অসম
Ans-The name of the state we live in is Assam.
4.ৰাবোৰে পথাৰত খেলি আছে
Ans- Boys are playing in the field.
5.তুমি দিল্লীলৈ গৈছানে ?
Ans- Have you gone to Delhi?

 P.BARPETA DIST. EXAM BOARD
 1.চৰিত্রবান মানুহক সকলোৱে সন্মান কৰে
Ans- All respect the man of character.
2.মই ইংৰাজী পঢ়ি থাকোতে সি আহিছিল
Ans- He came when I was reading English.
3.পকা আমবোৰ ৰাবোৰৰ মাজত ভগাই দিয়া
Ans- Distribute the ripe mangoes among the boys.
4.পৰীক্ষাত প্রথম হোৱা ৰাজনক মই চিনি পাওঁ
Ans- I know the boy who stood first in the examination.
5.সি অকল বুদ্ধিমানেই নহয় সাধুও
Ans- He is not only intelligent but also honest.

Q. GOLAGHAT DIST. EXAM BOARD
1.আমাৰ শিক্ষককলে সদায় আমাক সজ উপদেশ দিয়ে
A. Our teachers always give us good advice.
2.ৰাণুৱে মোক কৈছিল, “তুমি আজি স্কুললৈ যাবানে?
A. Ranu said to me, “Will you go to school today?
3.মই যোৱা কালি চুলি কটালো
Ans- I had cut my hair yesterday.
4.এই কবিতাটো বেছি দীঘলো নহয়, বেছি ছুটিও নহয়
Ans. This poem is neither too long nor too short.
5.মই সাঁতুৰিব নাজানো
Ans- I do not know how to swim.

R.GOALPARA DIST. EXAM BOARD
1.মানুহজন থাকে তুমি জানানে?
Ans- Do you know where the man lives?
2.স্বাস্থই সম্পদ
Ans- Health is wealth.
3.এলেহুৱা মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে
Ans- An idle man cannot prosper in life.
4.মই ক্রীকেট খেলি ভাল পাওঁ
Ans- I am fond of playing cricket. / I like playing cricket.
5.শিক্ষকে কৈছিল, “তোমাৰ স্বাস্থ্যৰ যত্ন বা
Ans- The teacher said, “Take care of your health.”


S.KAMRUP DIST. EXAM BOARD
1.ৰমেন শৈশৱৰে পৰা শিৱসাগৰত থাকে
ANS- Ramen has been living in Sivsagar since his childhood.
2.শিৱসাগৰৰ পুৰণি নাম কামৰপ
Ans- The ancient name of Sivsagar is Rangpur.
3. এখন বুৰঞ্জী প্রসিদ্ধ চহৰ
Ans- It is a historically famous place.
4.মায়ে কৈছিল, “শিৱসাগৰ অসমৰ আটাইতকৈ ধুণীয়া ঠাই,নহয়নে?
Ans- Mother said, “Sivsagar is the most beautiful place, isn’t it?
5.অহা ডিচেম্বৰত আমি তালৈ যাম
Ans- We will go there next December.

T.NALBARI DIST. EXAM BOARD
1.তাক এজন শান্ত ৰা যেন লাগে
ANS- He appears/seems to be a gentle boy.
2.সি এইখন বিদ্যালয়ত পাঁচ বছৰ ধৰি পঢ়ি আছে
Ans- He has been reading in this school for five years.
3.ৰাজন অকল বুদ্ধিয়কেই নহয়, পৰিশ্রমীও
Ans- The boy is not only intelligent but also laborious.
4.সি খোজকাঢ়ি স্কুললৈ আহে, নহয়নে?
Ans- He comes to school on foot, isn’t it?
5.শিক্ষকে কৈছিল, “তুমি চাইকেল চলাব জানানে?”
Ans- The teacher said, “Do you know how to ride a bicycle?”

U.CHIRANG DIST. EXAM BOARD
1.আমাৰ ঘৰত সকলোৱে ৰাতিপোৱা সোনকালে উঠে৷
ANS- All in our family rise early in the morning.
2.যোৱা বছৰ গৰম বন্ধত মই শিলঙলৈ গৈছিলো
Ans- I went to Shillong during the summer vacation last year.
3.তোমালোক অহাৰ সময়ত মই ইংৰাজী পঢ়ি আছিলো
Ans- I was reading English when you come.
4.আমি খেল পথাৰ পোৱাৰ আগতে খেল আৰম্ভ হৈছিল
Ans- The game had started before we reached the playground.
5.মই কালি চুলি কাটিলো
Ans- Yesterday, I dressed my hair.

 V.BONGAIGAON DIST. EXAM BOARD
 1.আমাৰ শ্রেণীতে মাত্র কেইজনীমানহে ছোৱালী আছে৷
ANS- There are only a few girls in our school.
2.মই এবছৰ ধৰি ৰহিমক দেখা নাই
Ans- I have not seen Rahim for a year.
3.আমি ষ্টেচন পোৱাৰ আগতে ৰেলখন এৰিলে
Ans- The train had left before we reached the station.
4.তুমি সাতুৰিব জানানে?
Ans- Do you know how to swim?
5.মানুহজন ইমান দুৰ্বল যে খোজ কাঢ়িবই নোৱাৰে৷
Ans- The man is too weak to walk.

COLLECTED SOME IMPORTANT TRANSLATIONS FROM SEBA MODEL QUESTION BANK
1.(a)ভাৰতবৰ্ষ আমাৰ মাতৃভূমি
Ans- India is our motherland.
(b)আমি আমাৰ দেশখনক ভাল পোৱা উচিত
Ans- We should love our country.
(c)তুমি কেতিয়াবা দিল্লীলৈ গৈছানে ?
Ans- Have you ever been to Delhi?
(d)দিল্লীৰ পৰা আগ্রালৈ বাছেৰে যাব পাৰি
Ans:- One can travel from Delhi to Agra by bus.
(e)আগ্রাৰ তাজমহল পৃথিৱীৰ সাতটা আচৰিত বস্তুৰ ভিতৰত এটা
Ans- The Tajmahal of Agra is one of the seven wonders in the world.
2.(a)আমি এখন পিছপৰা গাঁৱত বাস কৰো
Ans- We live in a backward village.
(b)আমাৰ গাৱঁৰ সৰহভাগ মানুহ খেতিয়ক
Ans- Most of the people of our village are cultivators.
(c)তুমি কেতিয়াবা গাৱলৈ গৈছানে?
Ans-Have you ever been to village?
(d)আমাৰ গাঁৱৰ প্রাকৃতিক পৰিৱেশ বৰ মনোৰম
Ans- The natural scenery of our village is very pleasant.
(e)তুমি প্রাকৃতিক পৰিৱেশ ভাল পোৱা, নহয়নে?
Ans-You like the natural environment, don’t you?
3.(a)সজ নাগৰিকসকল দেশ এখনৰ সম্পদ
Ans-Good citizens are an asset to the nation.
(b)দেশখনৰ উন্নতি তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে৷
Ans- The progress of the country depends upon them.
(c)ছাত্র অৱস্থা প্রস্তুতিৰ সময়
Ans- The period of studentship is the time for preparation.
(d)এই সময়তে ছাত্র-ছাত্রীসকলে সজ অভ্যাসবোৰ অনুশীলন কৰা উচিত
Ans- During this period the students should practice the good habits.
(e)তেতিয়াহে তেওঁলোক ভৱিষ্যতে সুনাগৰিক পাৰিব
Ans- Only then they can become good citizens in future.
4.(a)আমি এখন গাঁৱত বাস কৰো
Ans- We live in a village.
(b)গাঁৱখন চহৰৰ পৰা বেছি আতঁৰত নহয়
Ans- The village is not far away from the city.
(c)ঘৰত মোৰ মা-দেউতা আৰ ভনী এজনী আছে৷
Ans- I have my parents and a younger sister at my home.
(d)দেউতাই আমাৰ নিজৰ মাটিত খেতি কৰে
Ans- My father cultivates at our own land.
(e)তেখেতক সহায় কৰিবলৈ দুজন বনুৱাও ৰাখিছে৷
Ans-He has also kept/engaged two laborers to help him.
(f)আমাৰ লগতিয়াল বহুতো বস্তু আমি কিনিব নালাগে
Ans- We need not buy many of our essential things./We do not have to buy many of our essential things.
(g)সেইবোৰ আমাৰ পথাৰতে উৎপন্ন হয়
Ans-Those are produced in our fields.
(h)আমাৰ এটা মাছ পোহা পুখুৰীও আছে
Ans- We also have a fishery.
(i)কপিলী নৈখন আমাৰ ঘৰৰ কাষেদি বৈ গৈছে
Ans-The river Kapili flows by our house.
(j)মাজে-সময়ে আমি নৈত মাছ ধৰো
Ans-Occasionally/ sometimes/now and then we catch fish in the river.
5(a)আমাৰ বিদ্যায়লৰ সন্মুখত এখন খেলপথাৰ
Ans- There is a playground in front of our school.
(b)আমি মাজে-সময়ে তাত খেলা-ধূলা কৰো
Ans-Sometimes we play games there.
(c)শিক্ষকসকলে আমাক খেলিবলৈ উৎসাহ দিয়ে
Ans- Our teachers encourage us to play.
(d)সপ্তাহত এদিনকৈ আমাক খেলিবলৈ দিয়া হয়
Ans-We are allowed to play once a week.
(e)মই ফুটবাল অথবা ভলীবল খেলো
Ans- I play either football or valley ball.
6(a)গুৱাহাটীত এখন চিৰিয়াখানা আছে৷
Ans- There is a zoo at Guwahati.
(b)এইখন অসমৰ একমাত্র চিৰিয়াখানা
Ans- This is the only zoo in Assam.
(c)ইয়াত বহুতো জন্তু আৰ চৰাই আছে
Ans-There are a large number of animals and birds here.
(d)বেছিভাগ জন্তুকে লোৰ পিঞ্জৰাত ৰখা হয়
Ans-Most of the animals are kept in iron cages.
(e)তুমি এই চিৰিয়াখানাখন দেখিছানে
Ans- Have you visited this zoo?
(vi)যোৱা দেওবাৰে মই চিৰিয়াখানালৈ গৈছিলো
Ans-Last Sunday I went to the zoo.
(vii)তাত মই ৰাজুক লগ পালো
Ans-There I met Raju.

*
(viii)মই তেওঁক লো, ‘লা পাৰ্কত বঢ়োগৈ
Ans- I said to him, “Come, let us go and sit in the park.”
(ix)পাৰ্কত কিছুমান ৰা ছোৱালীয়ে খেলি আছিল৷
Ans- Some children were playing in the park.
(x)ৰাজুৱে মোক লে যে তেওঁ কেইবাবাৰো চিৰিয়াখানালৈ গৈছে
Ans- Raju told me that he had visited the zoo several times.
7.(a)আমাৰ গাঁওখন এটা পিছপৰা অঞ্চলত
Ans-Our village is situated in a backward area.
(b)গাওঁখন সৰ ,জনসংখ্যাও কম
Ans-The village is small, and its population is also small.
(c)প্রতিবছৰে ইয়াত বান-পানী হয়
Ans- Flood occurs here every year.
(d)গাঁৱৰ সৰহভাগ মানুহ খেতিয়ক আৰ বৰ দুখীয়া
Ans-Most of the people in the village are cultivators and very poor.
(e)প্রতিবছৰে বানপানীয়ে তেওঁলোকৰ প্রচুৰ ক্ষতি কৰে
Ans- Every year floods cause them heavy/a lot of damages.
(f)আমাৰ গাঁৱত শিক্ষিত মানুহৰ সংখ্যাও অতি কম
Ans- The number of educated persons is also very small in our village.
(g)ইয়াত এখন প্রাথমিক বিদ্যালয়হে আছে
Ans-There is only a primary school here.
(h)মই আৰ মোৰ ভনীজনীয়েও তাত পঢ়িছিলোঁ
Ans-My sister and I also studied there.
(i)এতিয়া আমি এখন উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি আছো
Ans- Now/at present we are studying in a High School.
(j)আমি স্কুললৈ যাবলৈ বহুদূৰ খোজ কাঢ়িব লাগে
Ans- We have to walk a long distance to get to school/ We have to cover a lot of distance on foot to reach school.


Wish you all the best and best of luck to all of you. By your dearest Podmeswar 
অনুৰোধ:- মানুহ মাত্রকেই অসংখ্য ভুলৰ সমাহাৰ ঘটে সেয়েহে সবাৰ প্রতি অনুৰোধ জনাওঁ যে কিবা ভুল পালে অবগত কৰে যেন, যাতে সেই ভুলটোৰ পৰা বেলেগক আতৰত ৰাখিব পৰা যায় ৷এই মোৰ মিনতি