Voice



1
Voice (বাচ্য)(Noted by P.B.)








1.       Voice কি?
Voice শব্দটোৰ অৰ্থ বাচ্য সাধাৰণতে আমি কোনো কৰ্মৰ বিষয়ে বাখ্যা কৰোতে দুই ধৰণে পাৰো৷ প্রথমতে আমি বাক্যটোৰ কৰ্তাৰ ওপৰত অৰ্থাৎ যোনে কামটো কৰিছে তাৰ জৰীয়তে পাৰো আৰ আনহাতেদি কৰ্মৰ ওপৰত গুৰত্ব দি প্রথমতে বাখ্যা কৰিও বাক্যতো পাৰো
2.       Voice ভাগ:-
কথাবোৰৰ ওপৰত নিৰ্ভৰ কৰি ‘Voice’ ভাগ দুটা এটা ‘Active Voice’ কৰ্তাই নিজে কামটো কৰা বুজায় আৰ ‘Subject’ হিচাপে কামটো কৰে, আৰ আনটো বিভাগ ‘Passive Voice’ কৰ্মইহে প্রাধান্য লাভ কৰে আৰ ইয়াত ‘Object’ কৰ্তা হিচাপে অথবা Subject হিচাপে ব্যৱহাৰ কৰা হয়
3.       Subject আৰ Object চিনাক্তকৰণ:-
‘Voice’ কৰিবলৈ লে আমি Subject আৰ Object টোক ভালদৰে চিনাক্ত কৰিব লাগিব যোনে কামটো কৰে অৰ্থাৎ যাৰ ওপৰত বাক্যটোৰ মূল অৰ্থ নিৰ্ভৰ কৰে সিয়েই কৰ্তা অৰ্থাৎ ‘Subject’ বোলা হয়, আৰ কৰ্তাই যি কৰে অৰ্থাৎ কৰ্তাই যাৰ ওপৰত কাম কৰে অথবা Verb কি(What) বা কাক(whom) বুলি প্রশ্ন কৰিলে যি উত্তৰ পোৱা যায় সিয়েই Object.  
উদাহৰণস্বৰপে- Rama killed Ravana, ইয়াত ‘Rama’ কৰ্তা অৰ্থাৎ Subject কিয়নো ‘Rama’ ওপৰতেই গোটেই বাক্যতো প্রাধান্য পাইছে আৰ এই বাক্যটোত ‘Ravana’ ওপৰত কাৰ্য সম্পাদন কৰিছে সেয়ে ‘Voice’ কৰিবলৈ লে ‘Subject’ আৰ ‘Object’ চিনাক্ত কৰাটো নিতান্তই প্রয়োজন
4.       Voice চিনাক্ত কৰাৰ প্রক্রিয়া:-
‘Active Voice’ ‘Subject’ সক্রিয় হৈ থাকে সেয়ে ‘Active Voice’ বোৰ ‘Tense’ থকা ১২ টা Formula যিকোনো এটা Formula থাকে উদাহৰণস্বৰপে- Rama killed Ravana, এই বাক্যতো Subject+Past form of the verb+Object এই  আছে আৰ এই  টো ‘Past Indefinite’ Tense   হয়
‘Passive Voice’ ‘Object’ সক্রিয় হৈ থাকে সেয়ে যদি এটা বাক্য Tense ১২ টা  ভিতৰত যদি এটাও নহয় তেতিয়া আমি এই বাক্যটোক ‘Passive Voice’ আছে বুলি বুজিব লাগিব
5.       Active Voice’ ব্যৱহাৰ:-
কৰ্তাই নিজে যদি কামটো কৰা বুজায় নতুবা কৰ্তা যদি নিজে প্রথমতে বহি কাৰ্য সম্পাদন কৰে, তেনেহলে তেনেবোৰ বাক্যক ‘Active Voice’ লিখা হয় উদাহৰণস্বৰপে- Rama killed Ravana এই বাক্যটোত Ram নিজে কৰ্তা আৰ ৰামেই এই কাৰ্যটো সম্পাদন কৰিছে, সেয়ে ৰাম ইয়াত সক্রিয় অৰ্থাৎ Active হৈ আছে
Passive Voice’ ব্যৱহাৰ:-
যদি কোনো বাক্যত কৰ্মৰ ওপৰত প্রাধান্য দিয়ে আৰ কৰ্তা নিষ্ক্রীয় হৈ ‘Object’ ঠাইত কাৰ্য সম্পাদন কৰে তেন্তে এইবোৰ বাক্যক Passive Voice লিখিব লাগে৷ উদাহৰণস্বৰপে- Ravana was killed by Rama. এই বাক্যটাত Ram যদিওঁ কৰ্তা তথাপিওঁ সক্রিয় অৱস্থাত নাই ইয়াত Object ‘Ravana’ হে প্রাধান্য লাভ কৰিছে আৰ Subject হিচাপে প্রথমতে ব্যৱহিত হৈছে যাৰ অৰ্থ হৈছেৰাৱণ ৰামৰ দ্বাৰা মৰিছিল৷’ ‘Passive Voice’ কোনো এটা কৰ্ম সমাপ্ত হৈছিল বা বুলি ব্যক্ত কৰা হয়, সেয়েহে ইয়াত ‘Past Participle Form’ ব্যৱহাৰ কৰাটো বাঞ্চনীয়
ওপৰত উল্লেখ কৰা কথাবোৰ VOICE সাৰমৰ্ম বোজাৰ কাৰণে ব্যক্ত কৰা এতিয়া আহক আমি ইয়াৰ সলনি কৰাৰ প্রক্রিয়া শিকিম

2
Assertive Sentence:-

 OF ACTIVE VOICE:-
‘ACTIVE VOICE’ বাক্যবোৰৰ , TENSE থকা  বোৰৰ যিকোনো এটা ব্যৱহিত হয় উদাহৰণস্বৰপে- Rama killed Ravana, এই বাক্যতো Subject+Past form of the verb+Object এই  আছে আৰ এই  টো ‘Past Indefinite’ Tense   হয় সেয়ে ‘PASSIVE VOICE’ পৰা ‘ACTIVE VOICE’ লৈ সলাবলৈ লে ‘BE VERB’ যোগেদি TENSE চিনাক্ত কৰিব লাগে আৰ সেই TENSE   অনুসৰি ACTIVE VOICE লৈ সলনি কৰিব লাগে
BE VERB চিনাক্তকৰণ:- PASSIVE VOICE বাক্য এটাক ACTIVE VOICE লৈ নিবলৈ লে BE VERB জনাতো প্রয়োজন কিয়নো ‘BE VERB’ টোৱেহে বাক্যটো কোন TENSE আছে তাক চিনাক্ত কৰি দিয়ে আৰ TENSE পৰা  প্রদান কৰে ‘PASSIVE VOICE’ বাক্য এটাৰ SUBJECT আৰ VERB টোৰ মাজত যি থাকে সেইটোৱেই ‘BE VERB’.
Ex- Passive Voice- Ravana was killed by Rama. ইয়াত ‘was’ হৈছে ‘be verb’ FORM সেয়ে বাক্যটো PAST INDEFINITE TENSE লিখিব লাগিব আৰ 
SUBJECT+PAST FORM OF THE VERB+OBJECT
RAMA+KILLED+RAVANA(Active)
 OF PASSIVE VOICE-
OBJECET+BE VERB OF THE TENSE +VERB PAST PARTIPLE +ONE PREPOSITION(BY/AT/TO) +SUBJECET

O

V

S
ACTIVE VOICE     RAMA KILLED RAVANA.


SUBJECT

PREPOSITION

V PAST
PARTICIPLE
FORM



BE VERB
OF THE TENSE


OBJECT
PASSIVE VOICE      RAVANA + WAS +   KILLED +   BY +   RAMA.
                                                       

ওপৰৰ উদাহৰণটোৰ জৰিয়তে ষ্পষ্ট হৈছে যে ইয়াত OBJECT ‘RAVANA’ ‘SUBJECT’ হিচাপে প্রথমতে বহিছে ৷ দ্বিতীয়তে, যিহেতু বাক্যটো S+Vৰ PAST ৰপ +O অৰ্থাৎ Past Indefinite Tense ৰ বাক্য সেয়ে Past Indefinite ৰ ‘BE VERB’ WAS/WERE ৰ ‘RAVANA’ THIRD PERSON SINGULAR NUMBER হোৱাৰ বাবে WAS ব্যৱহাৰ হৈছে, তৃতীয়তে KILLVERB ৰ PAST PERTICIPLE FORM KILL-KILLED-KILLED() ৰ ‘KILLED’ ব্যৱহাৰ হৈছে আৰ CONNECTIVE হৈছে BY অৰ্থাৎ দ্বাৰা PREPOSITION ব্যৱহাৰ হৈছে ৷আৰ শেষত subject ‘RAMA’ ইয়াত OBJECT হিছাপে ব্যৱহত হৈছে ৷

তলত সুবিধাৰ কাৰনে ‘BE VERB’ বোৰ উল্লেখ কৰা হ:-
তালিকা-
ভাগ বোৰ
PRESENT
PAST
FUTURE
INDEFINITE
am/is/are
was/were
shall/will be
CONTINUOUS
am/is/are being
was/were being
shall/will be being
PERFECT
have/has been
had been
shall/will have been
PERFECT CON.
NOT USED
NOT USED
NOT USED



NOTE- কিছুমান লাগতিয়াল SUBJECT to OBJECT ৰ সলনি কৰা ৰপ

3
তালিকা-2
ACTIVE
PASSIVE
SUBJECT
OBJECT
I(মই)
ME(মোক)
WE(আমি)
US(আমাক)
HE(সি/তেওঁ)
HIM(তাক/তেখেতে)
SHE(তাই)
HER(তাইৰ)
THEY(সিঁহত)
THEM(সিঁহতক/সিঁহতে)
YOU(তুমি)
YOU(তুমাৰ)

VOICE ক আৰ ভালদৰে বুজিবৰ বাবে তলৰ উদাহৰণকেইটালৈ মন কৰক,
CHANGE A VOICE, ACTIVE TO PASSIVE:-
EX-1:
He is playing football.
1.Voice Selection:- প্রথমে আমি VOICE SELECTION কৰাটো বাঞ্চনীয় কিয়নো ACTIVE TO PASSIVE আৰ PASSIVE TO ACTIVE কৰা নিয়ম বেলেগ বেলেগ ৷ প্রথমে বাক্যটোক ভালদৰে লক্ষ্য কৰিব লাগে আৰ TENSE ৰ ১২টা  ৰ ভিতৰত যদি যিকোনো এটা  ত বাক্যটো আছে তেন্তে সেই বাক্যটো ACTIVE VOICE ত আছে বুলি কব পাৰি আৰ TENSE ৰ ১২টা  ৰ ভিতৰত যদি এটাও লগত নিমিলে তেন্তে সেই বাক্যটো PASSIVE VOICE ত আছে বুলি কব পাৰি ৷
ওপৰৰ উদাহৰণটোত দেখা গৈছে বাক্যটা SUBJECT+AM/IS/ARE+VERB+ING+O এই  ত আছে, যিটো PRESENT CONTINUOUS TENSE   হয় ৷ সেয়ে বাক্যটো ACTIVE VOICE ত আছে বুলি আমি নিচিন্তমনে কব পাৰো ৷
2. SUBJECT, OBJECT আৰ VERB ৰ চিনাক্তকৰণ:- বাক্য এটা মূল কৰ্তা অৰ্থাৎ যাৰ ওপৰত নিৰ্ভৰ কৰি বাক্যটো গঠন হৈছে সিয়েই হ SUBJECT, কৰ্তা অৰ্থাৎ SUBJECT য়ে যি কৰে বা যাৰ ওপৰত কৰে সিয়েই হ OBJECT আৰ কাম অৰ্থাৎ কৰ্মটোৱেই হ VERB
ওপৰৰ উদাহৰণটোত দেখা গৈছে বাক্যটাত ‘HE’ হৈছে SUBJECT কিয়নো ‘HE’ ৰ ওপৰত নিৰ্ভৰ কৰিয়েই বাক্যটো গঠন হৈছে, ইয়াত OBJECT ‘FOOTBALL’ কিয়নো কৰ্তাই ইয়াৰ ওপৰত কৰ্ম সম্পাদন কৰিছে ৷ আৰ VERB ‘PLAY’ যিটো কাম হিচাপে ইয়াত ব্যৱহত হৈছে ৷
3.BE VERB ৰ চিনাক্তকৰণ:- ‘BE VERB’ ৰ কাৰণে আমি বাক্যটোৰ TENSE ক মন কৰিব লাগে আৰ বাক্যটো যি TENSE তেই থাকে ওপৰৰ তালিকা-১ ত উল্লেখ কৰা ধৰণে সেই TENSE BE VERB ৰ ৰপ ব্যৱহাৰ কৰিব লাগে ৷
ওপৰৰ উদাহৰণটোত দেখা গৈছে যে বাক্যটা SUBJECT+AM/IS/ARE+VERB+ING+O এই  ত আছে, যিটো PRESENT CONTINUOUS TENSE   হয় আৰ ইয়াৰ BE VERB FORM ‘AM/IS/ARE BEING’
4. ACTIVE TO PASSIVE -
OBJECT+BE VERB OF THE TENSE+PAST PARTICIPLE FORM OF THE VERB+PREPOSITION(BY/AT/TO)+SUBJECT
5.USE THE
ওপৰত নিৰ্ধাৰণ কৰা ধৰণে  ত উপযোক্তভাৱে ব্যৱহাৰ কৰিলেই ACTIVE TO PASSIVE -- Football+is being+played+by+him.
SOME MORE EXAMPLES OF ACTIVE VOICE TO PASSIVE VOICE:-
1.   I eat rice.(active)
Rice is eaten by me. (Passive)
2.  

4
I had finished the sum.(Active)
The sum had been finished by me.(Passive)
3.   I helped him.(Active)
He was helped by me.(Passive)
4.   I shall help him.(Active)
He will be helped by me.
5.   I shall have finished the work by this time tomorrow.
The work will have been finished by me by this time tomorrow.

Passive to Active:-
Football is being played by him.
1.Voice Selection:- প্রথমে আমি VOICE SELECTION কৰাটো বাঞ্চনীয় কিয়নো ACTIVE TO PASSIVE আৰ PASSIVE TO ACTIVE কৰা নিয়ম বেলেগ বেলেগ ৷ প্রথমে বাক্যটোক ভালদৰে লক্ষ্য কৰিব লাগে আৰ TENSE ৰ ১২টা  ৰ ভিতৰত যদি যিকোনো এটা  ত বাক্যটো আছে তেন্তে সেই বাক্যটো ACTIVE VOICE ত আছে বুলি কব পাৰি আৰ TENSE ৰ ১২টা  ৰ ভিতৰত যদি এটাও লগত নিমিলে তেন্তে সেই বাক্যটো PASSIVE VOICE ত আছে বুলি কব পাৰি ৷
ওপৰৰ উদাহৰণটোত দেখা গৈছে বাক্যটা TENSE ৰ কোনো  ৰ অন্তৰ্গত নহয় ৷ সেয়ে বাক্যটো PASSIVE VOICE ত আছে বুলি আমি নিচিন্তমনে কব পাৰো ৷
2. SUBJECT, OBJECT আৰ VERB ৰ চিনাক্তকৰণ:- বাক্য এটা মূল কৰ্তা অৰ্থাৎ যাৰ ওপৰত নিৰ্ভৰ কৰি বাক্যটো গঠন হৈছে সিয়েই হ SUBJECT, কৰ্তা অৰ্থাৎ SUBJECT য়ে যি কৰে বা যাৰ ওপৰত কৰে সিয়েই হ OBJECT আৰ কাম অৰ্থাৎ কৰ্মটোৱেই হ VERB
ওপৰৰ উদাহৰণটোত দেখা গৈছে বাক্যটাত ‘HE’ হৈছে SUBJECT কিয়নো ‘HE’ ৰ ওপৰত নিৰ্ভৰ কৰিয়েই বাক্যটো গঠন হৈছে, ইয়াত OBJECT ‘FOOTBALL’ কিয়নো কৰ্তাই ইয়াৰ ওপৰত কৰ্ম সম্পাদন কৰিছে ৷ আৰ VERB ‘PLAY’ যিটো কাম হিচাপে ইয়াত ব্যৱহত হৈছে ৷
3.BE VERB ৰ চিনাক্তকৰণ:- ‘BE VERB’ ৰ কাৰণে আমি বাক্যটোৰ SUBJECT আৰ VERB ৰ মাজত লক্ষ্য কৰিব লাগে কিয়নো PASSIVE VOICE   অনুসৰি SUBJECT আৰ VERB ৰ মাজত  BE VERB FORM টো লিখা হয় BE VERB টো যি TENSE তেই থাকে(ওপৰৰ তালিকা-১ ত উল্লেখ কৰা ধৰণে)সেই TENSE   ব্যৱহাৰ কৰিব লাগে ৷
ওপৰৰ উদাহৰণটোত দেখা গৈছে যে SUBJECT আৰ VERB ৰ মাজত ‘is being’আছে, যিটো PRESENT CONTINUOUS TENSE BE VERBৰ ৰপ হয়(am/is/are being), সেয়ে বাক্যটো ACTIVE VOICE ত লিখিবলৈ হলে PRESENT CONTINUOUS FORM ব্যৱহাৰ কৰিব লাগিব ৷
4. PASSIVE TO ACTIVE (PRESENT CONTINUOUS TENSE):-
SUBJECT+AM/IS/ARE+VERB+ING+OBJECT
5. USE THE
He+is+playing+football. (Active Voice)


Some more example of Passive to Active:-
1.   Good news is expected by us.(Passive)--We expect good news.(Active)
2.   The bell was rung by me.(Passive)
I rang the bell.(Active)
3.   The cup had been broken by him. (Passive)
He had broken the cup.(Active)
4.  

5
The novel will be read by us. (Passive)
We will read the novel.(Active)
5.   The book will have been read by me. (Passive)
I shall have read the book.(Active)
NOTE:-
কেতিয়াবা কেতিয়াবা কোনো কোনো বাক্যৰ ক্ষেত্রত VOICE CHANGE কৰোতে কিছুমান নিয়মৰ ক্ষেত্রত সাবধানতা মানি VOICE CHANGE কৰিব লাগে, তলত কেইটামান লাগতিয়াল নিয়ম উল্লেখ কৰা হ:-
1.   Can, may, must, could, would, should আৰ ought to এই Auxiliary Verb কেইটা বাক্যত থাকিলে ‘Active to Passive’ কৰোতে ‘Be Verb’ ৰ কেবল ‘be’ শব্দটোহে ব্যৱহাৰ কৰা হয় ৷
Active to Passive -
Object+can/may/could etc+be+past participle of the verb+ preposition(by)+subject

EX-
1.   Active-He can do the sum.
Passive-The sum can be done by him.(o+can+p.p. of the verb+by+s)
2.  Active-You must do the sum.
Passive-The sum must be done by you.
3.  Active-He would read the book.
Passive-The book would be read by him.
Passive to Active:-
:-
Subject+can/may etc+ Verb ৰ প্রথম ৰপ+Object
1.   Passive-It can be done by us.
Active-We can do it.
2.  Passive-His lesson ought to be learnt by him.
Active-He ought to learn his lesson.
3.  Passive-You may be insulted by her.
Active-She may insult you.
2.  Retained Object/ Double Object:-
কেতিয়াবা কেতিয়াবা আমি এটা বাক্যত দুটাকৈ OBJECT পাওঁ আৰ সাধাৰণতে এইবোৰ Give, Ask, Fill, Teach, Buy, Promise আদি কিছমান Transitive Verb ৰ লগতহে পোৱা যায় ৷ এনে ধৰণৰ বাক্যৰ ক্ষেত্রত আমি দুয়ুটা OBJECT ৰ যোগেদিয়ে VOICE CHANGE কৰিব পাৰো ৷ এইক্ষেত্রত SUBJECT হিচাপে ব্যৱহিত নোহোৱা OBJECT টোক, যি OBJECT হৈয়েই থাকে তাক ‘RETAIN OBJECT’ বোলা হয় ৷
EX-
ACTIVE TO PASSIVE:-
1.   Active-I gave him a book.
Passive-He was given a book by me.

6
Or- A book was given him by me.
PASSIVE TO ACTIVE:-
2.  Active-English is taught us by him.
Passive- He teaches us English.
3.Group Verb:-
   Group Verb(laugh at, run over, give away, broke out etc)বোৰৰ ক্ষেত্রত Passive Voice লৈ সলনি কৰোতে Group Verb টোৰ প্রথম অংশ (ex-laugh, run, give etc) অৰ্থাৎ মূল VERB টোহে PAST PARTICIPLE কৰিব লাগে বাকী অংশ(ex-at, over, away) একে থাকে ৷
Ex- Active to Passive
1.   She laught at me.(Active)
I was laught at by her.(Passive)
Passive to Active:-
2.  An old man was run over by a motor car.(Passive)
A motor car ran over an old man.(Active)
4.Cognate Object:- run, fight, dream, etc আদি verb বোৰৰ লগত একে জাতীয়/অৰ্থবোধক OBJECT ব্যৱহিত হয় যাক Cognate Object বোলা হয় ৷
Ex- Active to Passive
a) Active-I ran a race.
Passive-A race was run by me.
b) Active-They fought a good fight.
Passive-A good fight was fought by them
Passive to Active:-
c)  Passive-A dream was dreamt by me.
Active-I dreamt a dream.
5.Ommision of the Agent:-
Active to Passive-
কিছুমান বাক্যত ‘Active Voice’ ৰ পৰা ‘Passive Voice’ লৈ পৰিবৰ্তন কৰোতে ‘by’ আৰ ‘Subject’ টো উল্লেখ নহয় ৷ এনে নকৰিলেও বক্তব্যতো ধৰিব পৰা যায় ৷
Active to Passive Form:-
Object+be verb+Past participle of the verb
Ex-
1.   He has stolen my watch.(Active)
My watch has been stolen.(by him)(Passive)

2.  I lost the money.(Active)
The money was lost.(by me)(Passive)
ওপৰৰ 1 নং উদাহৰণত ‘by him’ অংশ আৰ 2নং উদাহৰণত ‘by me’ অংশক বাদ দিয়া হৈছে ৷ এই অংশ দুটা উল্লেখ নাথাকিলেও ইয়াৰ অৰ্থ সঠিককৈ ধৰিব পৰা হৈছে ৷
Passive to Active:-

7
এনেধৰণৰ বাক্যৰ ক্ষেত্রত Passive Voice ৰ পৰা Active Voice লৈ পৰিৱৰ্তন কৰোতে এক সমস্যাৰ সন্মুখিন হয় ৷ কিয়নো ইয়াত ‘Subject’ কোন সঠিককৈ উল্লেখ নাথকে ৷ সেয়েহে কামটোৰ অনুসাৰে  Someone, somebody, people, we he, you, they আদি উপযুক্ত Subject বাছনি কৰি ‘Passive to Active’ কৰা হয় ৷
Ex- Passive- Gandhiji is called the Father of the Nation.
এই বাক্যটোত Subject নাই অৰ্থাৎ ইয়াতকোনেগান্ধীক ‘Father of the Nation’ বুলি কয় সেইটো নিদ্দিষ্টকৈ উল্লেখ নাই ৷ তথাপিতো আমি জানো যে মানুহে বা আমি গান্ধীক ‘Father of the Nation’ বুলি কওঁ ৷ সেয়ে আমি(We) বা মানুহ(People) হৈছে Subject আৰ ইয়াৰ জৰীয়তে ইয়াক ‘Active Voice’ লৈ পৰিবৰ্তন কৰিব পাৰো ৷
Active- We call Gandhiji the father of the nation/People call Gandhiji the father of the Nation.(S+V+O)
Some important more example about the topic:-
1.   The letter has been written.(Passive)
He has written the letter. (Active)
2.  My umbrella has been lost.(Passive)
I have lost my umbrella. (Active)
3.  The boy was fined.(Passive)
The teacher fined the boy. (Active)
4.  Cricket is played everywhere.(Passive)
People play cricket everywhere.(Active)
5.  He was chosen leader.(Passive)
They chose him leader.(Active)
6.  Different languages are spoken in India.(Passive)
People/We speaks different language in India.(Active)
7.  It can be done easily.(Passive)
We can do it easily. (Active)
8.  The letter has been posted.(Passive)
The postman has posted the letter. (Active)
9.  The rose is called the queen of flowers.(Passive)
We call the Rose the queen of flowers. (Active)
10. The money was lost.(Passive)
I lost the money. (Active)
11. The deadbody was removed from the street.(Passive)
Someone/somebody/They removed the deadbody from the street.(Active)
12. Rome was not built in a day.(Passive)
The Romans did not built Rome in a day.(Active)

Note- VOICE CHANGE কৰাৰ ক্ষেত্রত কেতিয়াবা ‘BY’ PREPOSITION ৰ সলনি WITH আৰ AT PREPOSITION ও যোগ হয় ৷ তলত তাৰ কেইটামান লাগতিয়াল নিয়ম উল্লেখ কৰা হ-
1.  

8
‘Know’ মানে জনা বা চিনিপোৱা, এই VERB টোৰ পিছত ‘by’ Preposition যোগ নহয়, তাৰ পৰিৱৰ্তে ‘to’ Preposition যোগ হয় ৷
Ex- I know him very well.(Active)
    He is known to me well.(Passive)
He does not know his address.(Active)
His address is not known to him.(Passive)
2.  Please, displease, satisfy আৰ fill Verb ৰ লগত ‘With’ আৰ ‘At’ Preposition যোগ হয় ৷ Subject টো Person লে ‘With’ আৰ আনসম্বন্ধীয়(Ex-behavior, character, etc) লে ‘At’ Preposition যোগ হয় ৷
Ex- a. Active- He pleased me.
      Passive- I was pleased with him.
    b. Passive- I was displeased at his behavior.
      Active- His behavior displeased me.
    c. Active- His conduct pleases his wife.
      Passive- His wife is pleased at his conduct.
3.  Surprise, Shock, Astonish, Vexed, এই Verb কেইটাই আচৰ্য কৰা আৰ বিৰক্তিকৰ অৰ্থ প্রকাশ হয়৷ এই শব্দকেইটাৰ লগত সদায় ‘At’ Preposition যোগ হয় ৷
Ex-
a.  Active- His behavior surprised us.
Passive- We were surprised at his behavior.
b.  Active- His misconduct shocked me.
Passive- I was shocked at his misconduct.
c.   Passive- I was vexed at his rude manner.
Active- His rude manner vexed me.

আহক আমি এতিয়া ‘Interrogative Sentence’ ৰ ক্ষেত্রত কেনেদৰে Voice Change কৰিব লাগে তাৰ বাবে শিকিম ৷
Interrogative Sentence(প্রশ্নবোধক বাক্য):-

What is Interrogative Sentence:-
‘Interrogative Sentence’ হৈছে প্রশ্নবোৰৰ সমস্টি ৷ যাৰ অন্তৰ্গত ভাগবোৰ হ a.Yes/No Type(হয়/নহয় প্রকাৰৰ), b.W/H type, c.Alternative type(বিকল্পিত প্রকাৰৰ), d.Tag type(নেজ প্রকাৰৰ), e.Declarative Type(ঘোষাণাত্মক প্রকাৰৰ)

‘Interrogative Sentence’ ৰ ক্ষেত্রত Voice Change কৰিবলৈ হলে সুবিধাৰ কাৰণে প্রথমে বাক্যটোক ‘Assertive Sentence’ কৰিব লাগে, তাৰ পিছত বাক্যটোক ‘Voice Change’ ৰ নিয়ম অনুসৰি Voice Change কৰিব লাগে আৰ শেষত আকৌ ‘Interrogative Sentence’ লৈ সলনি কৰিব লাগে ৷ তলৰ উদাহৰণটোলৈ মন কৰা হওঁক:-

9
Active to Passive Voice -
Auxiliary Verb+object+be verb of the tense without Auxiliary verb+Past participle of the verb+by+Subject?
Active Voice- Have you seen my brother?
1.   You have seen my brother.(Change to Assertive)
2.  My brother has been seen by you?(Voice Change)
3.  Has brother been seen by you?(Interrogative & final voice)
       ওপৰৰ উদাহৰণটোত দেখা গৈছে যে প্রথমতে বাক্যটোক ‘Auxiliary Verb’ টো Subject ৰ পিছত বহুৱাই ‘Assertive Sentence’ কৰা হৈছে, দ্বিতীয়তে বাক্যটোক Voice ৰ নিয়মেৰে Voice Change কৰা হৈছে আৰ শেষত Subject টো ‘Auxiliary Verb’ ৰ আগত বহুৱাই Interrogative Sentence কৰা হৈছে ৷
‘Interrogative Sentence’ ৰ ক্ষেত্রত Voice Change কৰিবলৈ তলত দিয়া নিয়মকেইটা অপৰিহাৰ্য:-
Note-1 ‘Interrogative Sentence’ ৰ ক্ষেত্রত ‘Do’ Verb ৰ গুৰত্ব আৰোপ কৰা হয় ৷ কোনো বাক্যত ‘Auxiliary Verb’ নাথাকিলে Present Tense Do/Does আৰ Past Tense ‘Did’ৰ ব্যৱহাৰ কৰি ‘Subject’ ৰ আগত বহুৱাই ‘Interrogative Sentence’লৈ সলনি কৰা হয়৷ সেয়ে Voice Change কৰাৰ সময়ত ‘Interrogative Sentence’ ৰ ক্ষেত্রত প্রথমে Assertive Sentence কৰাৰ সময়ত Do/does আৰ did ৰ ব্যৱহাৰ কৰিব নালাগে ৷ ই কেবল Tense ক জনাতহে সহায় কৰে ৷
Example-
Active- Do you play games?(Active)
You do play games.(wrong)
1.   You play games.(Right assertive)
2.  Games are played by you.(Voice Change)
3.  Are games played by you?(Interrogative & final Passive Voice)
ওপৰৰ উদাহৰণটোত দেখা পোৱা গৈছে প্রথমে আমি বাক্যটোক Assertive লৈ সলনি কৰোতে ‘Do’ Verb টো ব্যৱহাৰ কৰ হোৱা নাই ৷ ‘Did’ৰ ব্যৱহাৰৰ বাবে তলৰ উদাহৰণটোলৈ মন কৰা হওঁক৷
Ex- Active- Did he eat the mango?(Active)
1. He ate the mango.(Assertive)
2. The Mango was eaten by him.(Voice Change)
3. Was the mango eaten by him?(Passive Voice)
  ওপৰৰ (1) Point Assertive লৈ সলনি কৰোতে ‘eat’ Verb Past form ‘ate’ ব্যৱহাৰ কৰা হৈছে, কিয়নো ‘Did’ য়ে Verb টো Past Indefiniteত থকাৰ ইংগিত দিছে ৷


Note-2 Interrogative Sentence W/H Type Question থাকিলে (What/Why/How etc) থাকিলে তাক নিজৰ স্থানত বহুৱাই বাকী Voice ৰ নিয়মেৰে সমাধান কৰিব লাগে ৷
Ex-1 Active- Why did he write such a letter?
1.   Why he wrote such a letter.(Assertive)
2. 

10
Why such a letter was written by him.(Voice Change)
3.  Why was such a letter written by him?( Final Passive Voice)
Ex-2 Active- What are you doing?
1.   What you are doing.
2.  What is being done by you?(Passive)
Note-3 Interogative Sentence ‘Who’ থাকিলে তাৰ ঠাইত ‘By Whom’ লগাই Active ৰ পৰা Passive Voice লৈ নিব লাগে আৰ ‘By Whom’ থাকিলে Passive to Active লৈ নিওঁতে ‘Who’ ৰ ব্যৱহাৰ কৰিব লাগে ৷
Active to Passive :-
By whom+be verb of the tense+Object+Past Participle of the verb+extension
1.   Active- Who broke the glass?
     Passive- By whom was the glass broken?
Passive to Active :-
Who+Verb of the Tense+Subject
2.  Passive- By whom was the Tajmahal build?
     Active- Who built the Tajmahal?
3.  Active- Who did the work?
     Passive- By whom was the work done?

Imperative Sentence:-

What is Imperative Sentence?
আদেশ(Order), অনুৰোধ(Request), উপদেশ(advice), etc সূচক বাক্যবোৰক Imperative Sentence বোলা হয় ৷
নিয়ম:-
Imperative Sentence Voice Change কৰিবলৈ ‘Let’ verb যোগ কৰা হয়, যাৰ অৰ্থ হকৰা হওঁক’, ‘লা হওঁক’, কৰা যাওঁক আদি এনে ধৰণৰ অৰ্থ বুজায় ৷

Active Voice to Passive Voice:-
- Let+Object+be+Past Participle of the verb
Active- Punish the thief.(চোৰক শাস্তি দিয়া)
Passive- Let the thief be punished.(চোৰক শাস্তি দিয়া হওঁক)
Active- Pay the amount today.(টকাখিনি আজিয়েই পৰিশোধ কৰিবা)
Passive- Let the amount be paid today.(টকাখিনি আজিয়েই পৰিশোধ কৰা হওঁক)
Active- Change the voice.(Voice টো সলনি কৰা)
Passive- Let the voice be changed.(Voice টো সলনি কৰা যাওঁক)

Passive to Active:-
- Present form of the Verb+Subject+extension
Passive- Let the witness be summoned.
Active- Summon the witness.

11
Passive- Let the bearer be called at once.
Active- Call the bearer at once.
Passive- Let this work be done.
Active- Do this work.
Passive- Let a dish be ordered.
Active- Order a dish.

Note- Imperative Sentence ত কেতিয়াবা ‘Let’ ৰ পৰিৱৰ্তে আদেশ বুজালে ‘You are ordered to’, উপদেশ বুজালে ‘You are advised to’, অনুৰোধ বুজালে বা Please থাকিলে  ‘You are requested to’, কোৱাৰ লগে লগে কোনো কাম কৰিবলৈ দিলে ‘You are asked to’ form ব্যৱহাৰ কৰি Voice Change কৰা হয় ৷
Active to Passive-
Active- Please repeat the question.
Passive- You are requested to repeat the question.
Active- Don’t tell a lie.
Passive- You are advised to always speak the truth/You are advised not to tell a lie.
Passive to Active:-
Passive- You are asked to do the sum at once.
Active- Do the sum at once.
Passive- You are advised to not to spoil your dress.
Active- Do not spoil your dress.
*কিছুমান বাক্যৰ Object বোৰক Subject হিচাপে ব্যৱহাৰ কৰি Passive Voice লৈ নিব নোৱাৰি ৷
1.   An Adverbial Object:- I went Home. ইয়াত Home was gone by me.(This is wrong.)
2.  Reflexive Pronoun:- The poor man killed himself.
ইয়াক ‘Himself was killed by the poor man’ বুলি Passive Voiceলৈ নিব নোৱাৰি
3.  Factitive Object:- We made him captain, এই Sentence টোৰ ‘made’ Verbঅৰ object ‘him’ আৰ ‘captain’ হৈছে Factitive object, গতিকে sentenceটো Passive Voice অলৈ সলনি কৰিলে He was made captain by them. , কিন্তু Captain was made him by them. নহব৷

*Double Passive:- Double Passive থাকিলে সেইবোৰক বাদ দিব লাগে
The theif was ordered by the magistrate to be punished.(incorrect)
The magistrate ordered the thief to be punished.(Correct)

*Quasi-Passive Verbs:-
কিছুমান Transitive Verbs দেখাত Active Voice অত থকাৰ নিচিনা লাগে কিন্তু ইহঁতে Passive Voice অৰ্থহে বুজায় ইহঁতক Quasi-Passive Verbs বোলা হয়
Ex-

12
Honey testes sweet.(=Honey is sweet when it is tasted.)
The rose smells sweet.(=The rose is sweet when it is smelt.)
The book is in printing.(=The book is being printed.)
     *কিছুমান বাক্য দেখাত Passive Voice যেন লাগিলেওঁ Passive Voice নহয়-
     Ex-
The sun is set., He is come., The man is gone. ইয়াত ‘is come’, ‘is gone’ আৰ ‘is set’ Passive Voice Form নহয়, কাৰণ ‘come’, ‘go’, আৰ ‘set’ Intransitive Verb. গতিকে ‘is come’, ‘is gone’ আৰ ‘is set’ অৰ অন্য এক ৰপহে মাথোন ব্যৱহিত হৈছে৷



*new point:-
‘It is time’ hole ‘it is time’+object+to+be+past participle of the verb
Ex- It is time stop the war.
Ans- It is time the war to be stopped.
*People say that he is a saint.
It is said that he is a saint.





  


   





 God Blessing you all...............

Notice for all- I hereby inform you that if you find any mistakes like spelling error, grammatical error, sentence structure error etc in above all notes please inform me to re-correct all mistakes for save the other who use these notes. By P.B.