Updating.....
Note: Getting any typing mistakes or other mistakes, ignore it or inform us by contact form.
Note: Getting any typing mistakes or other mistakes, ignore it or inform us by contact form.
Technique No-1:
Some Most Important Appropriate
Preposition:
1.
Accused of- অভিযুক্ত
2.
Died of- বেমাৰত মৰা
3.
Made from- কেচাসামগ্রী নিমিলা
4.
Proud of- গৰ্বিত
5.
in ink- চিয়াহীৰে
6.
Reply to
7.
Look into
8.
Presided over-সভাপতিত্ব কৰা
9.
Angry at-a thing, Angry with- with
man
10.
Part with-বিচ্ছন্ন কৰা
11. Sympathize
with-সহানূভুতি
12. Boast
of- গৰ্ব কৰা
13. Lives
by-জীবিকা নিৰ্বাহ কৰা
14. Suffers
from-কষ্ট ভোগ কৰা
15. Same
as materials
16. Sure
of- নিশ্চিত
17.
against –বিপক্ষে
18. Lives
by-জীবিকা নিৰ্বাহ কৰা
19. Beware
of-সচেতন হোৱা
20. Hanker
after-আকাঙ্ক্ষা কৰা
21. Send
by-Man, Send with- thing
22. Bound
for-যাত্রা পথ
23. Consist
of-গঠিত,
Consist in- নিহিত
24. Amazed
at- আচৰিত
25. Agree
with- person & Agree to- proposal
26.
Regard to-সম্বন্ধে & Regard for-সন্মান
27. Satisfied
with- person& satisfied at- work
28. Charged
with-অভিযুক্ত কৰা, Charge against- অভিযোগ, Charge of- ভাৰ
29. Senior
to
30. Distaste
for
31. Convicted
of-অপৰাধী
32. (lives
from hand to mouth- কোনোমতে খাই জীয়াই থকা
33. Deal
in-ব্যৱসায়
& Deal with-ব্যৱহাৰ
34. Annoyed
with-বিৰক্ত with Person & Annoyed at- -বিৰক্ত
with Character
35. Desire
for-ইচ্ছা
36. Attention/Attend
to-মনোযোগেৰে শুনা
37. Satisfied
with- Person related
38. Indebted
to/for-ঋণী
39.
Rich in-চহকী
40. Conscious
of-অবগত
41. Exception
to-ব্যতিক্রম/আপত্তি
42. Boast
of-গৰ্ব কৰা
43. Presided
over-সভাপতিত্ব কৰা
44. Prefer
to-বেছি পছন্দ কৰা
45. Compete
with-প্রতিযোগিতা কৰা
46. Part
with-এৰা
47. Surprised
at
48. Run
after-পিছত
49. Tired
of-বিৰক্ত
& Tired with- ক্লান্ত
50.
Bound for-যাত্রাপথ
51.
Boast of-গৰ্ব কৰা
52.
Excels in-শ্রেষ্ঠতা লাভ কৰা
53.
Devoid of-হীন
54.
Suitable for-যথোপযুক্ত
55.
Part from-বিদায় লোৱা, Part With- a Thing like ‘Book’
56.
Boast of
57.
Bound for
58.
Suffering from
59.
Rich in
60.
Made of- No change after product
61.
Repented of-অনুতাপ কৰা
62. Recover
from-আৰোগ্য হোৱা
63. Sympathize
with- সহানূভূতি দেখুওৱা
64. Hard
of hearing
65. By
name-নামেৰে
66. Boon
to
67. Attention
to-মনোযোগেৰে শুনা
68. Authority
for-সমৰ্থনৰ বাবে প্রমাণ & Authority on-বিশেষজ্ঞ, Authority over-প্রভাব)
69. Consists
in-নিহিত থকা
70. Looking
for-বিচৰা
71.
Preferable to-অধিক বাঞ্চনীয়
72.
Angry with- person
73. Live
on-আহাৰৰ ওপৰত নিৰ্ভৰতা
74.
Lives from “hand to mouth”-কোনোমতে খোৱা
75.
Appointed to-নিযুক্ত কৰা
76.
Jenior/senior/posterior/interior/inferior
to
77. Died
in -.
Accident ত মৰা
Technique
No-2: Multiple Appropriate Preposition:
1. Live :
(a) সরু ঠাই বুজায় – Live at (we live at Garukhunda gaon.)
(b) ডাঙৰ ঠাই বুজায় – Live in (My
father lives in Guwahati.)
(c) আহাৰৰ ওপৰত নিৰ্ভৰ বুজায় – Live on (We live on rice.)
(d)জীৱিকা নিৰ্বাহ কৰা বুজায় - Live by (The beggar Lives by begging.)
(e)কোনোমতে খাই জীয়াই থকা – Lives from ‘hand to mouth. (The poor man
lives from hand to mouth)
2.Die
:
(a)বেমাৰত মৰা – Dei of (The woman
was died of cancer.)
(b)দুৰ্ঘটনাত
মৰা – Die in (The boy was died in accident.)
(c)আত্ম
হত্যা – Die by (He died by hanging.)
(d)দেশৰ
হকে মৰা –Die for (Gandhiji was died for our
country.)
3.Make :
(a)বনোৱাৰ
পিছত কেচা সামগ্ৰীৰ লগত একে থাকিলে বা সলনি নহ’লে –
Make of (The chair is made of wood.)
(b)বনোৱাৰ
পিছত বস্তটো বেচা সামগ্ৰীৰ লগত নিমিলিলে বা সলনি হ’লে – Make/made from (Butter is made from milk.)
4.Consist
(a)গঠিত
– Consist of – Ex-পাঁচজন সদ্যৰ সৈতে এই গোটটো গঠিত-this
group is consist of five members.
(b)নিহিত
– consist in –Ex- কলগেটত নিমখ নিহিত হৈ থাকে (Salt consists
in Colgate .)
5.Agree (সন্মত হোৱা
)
(a) ব্যক্তি/মানুহ হলে – agree with- Ex- I do not agree with you.
(b)কথা/চৰিত্ৰৰ কোনো বিষয়ৰ লগত – agree to – Ex-I do not agree to your
work/advice/proposal.
6.Satisfy (সন্তুষ্ট হোৱা)
(a)ব্যক্তি/মানুহ হলে – satisfy with- Ex-I satisfy with you.
(b)কথা/চৰিত্ৰ কোনো বিষয়ৰ লগত সন্মত হলে – satisfy at- Ex-I satisfy at
your work service/character/work.
7.Charge
(a) অভিযুক্ত
– charge with- Ex-He was charged with murder.
(b)বিপক্ষে
– charge against-Ex-He was charged against the case.
8.Deal
(a) ব্যৱসায়
– deal in- Ex-He deals in tea/coffee.
(b) মানুহৰ
সৈতে – deal with- Ex-I do not deal with you.
9. Angry
(a) মানুহৰ
লগত – angry with- Ex-I angry with you.
(b) চৰিত্ৰ/বিষয়/কৰ্মৰ কাৰণে খঙ উঠা – angry at- Ex- I
angry at your character/your work/your manner.
10.Blind
(a) কণা
বুজালে/নেদেখা বুজালে – Blind of- He is blind of one
eye.
(b)কোনো
কথাত মনকাণ নিদিয়া – Blind to- Ex-His mother is always blind to his
fault.
Technique No-3: Optional learning method of preposition.
1. ঠাইৰ ক্ষেত্রত at আরু ‘in’ ৰ ব্যৱহারঃ-
সরু
ঠাই যেনে-গাওঁ, কোনো ঠিকণা(Address), হোটেল, ষ্টেচন, দলং, বজাৰ আগত ‘At’, আরু
ৰাজ্য, বৃহৎ চহৰ/নগৰ, ৰাজ্য, দেশ আদিৰ আগত
‘in preposition ব্যৱহাৰ হয়৷
Ex:-I
live in Guwahati.
He
lives at Hojai. I am waiting for train at the platform now.
2.যিকোনো কামৰ ক্ষেত্রত ব্যক্তিৰ
আগত by আরু বস্তুৰ আগত with ব্যৱহাৰ
হয়।
চিকারীজনৰ
দ্বাৰা বাঘটো মৰা হ’ল।
The
tiger was killed by the hunter.
এডাল
লাঠিৰে তেওঁ সাপটো মাৰিছিল।
He
killed the snake with a stick.
3.কারোবাৰ মাজত বুজোৱাৰ অর্থত ‘Between
& Among’:
দুজনৰ
মাজত বুজাবলৈ Between আরু দুজনতকৈ বেছি হ’লে Among ব্যৱহাৰ হয়৷
এই
আপেলটো তুমি আরু সবিতাৰ মাজত ভগাই লোৱা।
Divide this apple between you and your sister.
এই
আপেলখিনি শ্রেণীৰ সকলো ছাত্র-ছাত্রীৰ মাজত ভগাই দিয়া।
Distribute
these apples among the entire students at the class.
4.(a)ভিতৰত থকা অৱস্থাত in
আরু বাহিৰৰ পৰা ভিতৰলৈ আহা বুজালে into
ব্যৱহাৰ হয়।
(b) অৰ্থাৎ
কোনো এটা বস্তু বা প্রাণীৰ স্থিতি থকা বুজাবলৈ in আরু প্রৱেশ কৰা
বুজালে into ব্যৱহাৰ কৰা হয় ৷
EX-Minu
is in the class room.
Manju goes into the class room. The girl
fell into the swimming pool.
5.ওপৰত বুজাবলৈ on আরু over:- বস্তুটো লাগি থাকিলে বা সংস্পর্শ বুজালে
on আরু লাগি নাথাকিলে বা ওপৰত থাকিলে over , preposition ব্যৱহাৰ হয়।
EX:-
The pen is on the desk.
The sky is over our head.
6. Beside আরু besides ৰ ব্যৱহারঃ-সাধাৰনতে Beside preposition টোৰ অর্থ
হ’ল কাষত বা ওচৰত আনহাতে Besides preposition টোৰ অর্থ হ’ল
ইয়াৰ উপৰিও বা ইয়াৰ বাহিৰে এনে অর্থ প্রকাশ কৰে।
তালৈ
যোৱা আরু তাৰ কাষত বহা।
Go here
and sit beside him.
ভাতৰ
উপৰিও তাই মোক ফল-মূল দিছিল।
Besides
rice, she gave me fruits.
7.বস্তু উৎপাদানৰ ক্ষেত্রত of
আরু from:- সাধাৰনতে বস্ত উৎপাদনৰ পিছত
কেচাসামগ্রী আরু উৎপাদিত বস্তু একে থাকিলে of আরু সলনি হ’লে
from ব্যৱহাৰ কৰিব লাগে ৷
Ex:-
The chair is made of wood.
Butter is made from milk.
8. যাত্রাৰ ক্ষেত্রত বা কৰবালৈ
যোৱাৰ ক্ষেত্রতঃ-ভৰিৰে বা খোজকাঢ়ি বা কোনো জন্তুৰ পিঠিত গ’লে on, বাছেৰে বা গাড়ী্ৰে আদিৰে গ’লে by আরু নিজৰ গাড়ী হ’লে in
ব্যৱহাৰ কৰা হয়।
Ex-I always go to school on foot. We traveled in Kaziranga on elephant’s/horse
back.
He always goes to school by bus.
She always goes to school in her own car.
9. সীমাৰ ক্ষেত্রত :-যদি ঠাইখন সীমাত থাকে on, সীমাৰ বাহিৰত হ’লে to আরু সীমাৰ ভিতৰত হ’লে in ব্যৱহাৰ হয়।
Ex:-
Kashmir is on the India border.
Nagaon
is in Assam.
China
is to the north of India.
10.সময়ৰ ক্ষেত্রত For,
since আরু from ৰ ব্যৱহাৰ হয় ।
For
preposition ৰ অৰ্থ হৈছে ধৰি অৰ্থাৎ দুঘন্টা ধৰি, তিনিদিন ধৰি, এমাহ ধৰি আদি লগতে
লগতে since ৰ
অৰ্থ হ’ল- পৰা, ই এক নিৰ্দিষ্ট সময়ৰ পৰা কোনো কাম চলিত হোৱাটো
বুজায়, আনহাতে from ৰ অৰ্থ হ’ল
‘পৰা’ ই সকলো tense ত ব্যৱহাৰ হয়।
*Since আরু
for perfect continuousত ব্যৱহাৰ কৰা হয় কিন্তু from সকলো Tense তেই
ব্যৱহাৰ কৰা হয়।
Ex:- I
have been reading for two hours.
She has been reading since morning.
Our school begins from today.
11. After, in আরু within ৰ ব্যৱহাৰ(সময় ক্ষেএত): সময়ৰ ব্যাপকতা
অৰ্থাৎ এমাহ/এসপ্তাহ আদি বুজাবলৈ past tense ত after preposition আরু Future tenseত in preposition ব্য্যৱহাৰ হয় আৰ সময়সীমা পাৰ হোৱাৰ
আগেয়ে বুজাবলৈ ‘within’ preposition ব্যৱহাৰ হয়।
Ex:-Our
English teacher came after a month of summer vacation.
I shall have finished this work within
this week.
12. On time আৰ in time ৰ ব্যৱহাৰ:-
On time
য়ে নিৰ্দিষ্ঠ এক সময় বুজায় যিটো আগতে সঠিকভাৱে নিৰ্ধাৰিত থাকে, যেনে-
The 2 o’clock bus started on time. অৰ্থাৎ বাছখন যি সময়ত এৰিব লগা আছিল
সেই সঠিক সসময়মতে এৰা বুজাইছে, আনহাতে in time যে নিৰ্দিষ্ঠ সময় পলম নকৰা বুজায়৷
যেনে :- They arrived in time for 6 am bus.
অৰ্থাত 6 বজাত থকা বাছখন এবাৰ ঠিক সময়তে অথবা সেই
সময়তকৈ কিছুসময় আগতে তেওঁলোকে পালেগৈ৷
13. সময়ৰ ক্ষেত্রত At, in আরু By
At য়ে ঠিক এক সময় ক্ষণক বুজায় । যেনে- ৫ বজাত at
5 am. ৯ বজাত at 9 am. লগতে দিনটোৰ নিদ্দিষ্ট সময়ক্ষণকেইটা, যেনে-প্রাতঃকাল-at
dawn, দুপৰীয়া-at noon, সন্ধ্যাকাল-at dusk, মাজনিশা-at midnight, শেষ নিশা-at
last night,
কিন্তু
দীৰ্ঘ সময় বা ব্যাপক সময়বোৰৰ ক্ষেত্রত বিশেষকৈ মাহ (Ex- in June, in January etc),
দিনটোৰ ব্যাপক সময়বোৰ(in the morning, in the after noon, in the night, etc)ৰ
ক্ষেত্রত ‘in’ ব্যৱহাৰ কৰা হয় ৷
আনহাতে, By য়ে কোনো সময়ৰ ভিতৰত কোনো কাম হোৱা/হ’ব
বুজায় । যেনে- by 5 am. মানে ৫ বজাৰ ভিতৰত । Ex-I shall have finished this work by 5 p.m.(৫
বজাৰ আগেয়ে এই কামটো সমাপ্ত হ’ব ৷)
14. Place of residence অর্থাৎ বাস কৰা ঠাই
বুজালে in ব্যবহাৰ কৰা হয় । যেনে- মরুভূমি
আদিৰ ক্ষেত্রত in ব্যৱহাৰ হয় ।
Ex:-He
lives in a village.
He
lives in a desert.
15.লগতে
place of residence ৰ ক্ষেত্রত ঘৰত বাস কৰা বুজালে in ব্যৱহাৰ হয় ।
Ex:-
The man lives in a big bungalow/cottage/modern house/hotel/flat etc.
16.ৰাস্তাৰ
নামৰ ক্ষেত্রতো in ব্যৱহাৰ হয় ।
Ex:-
My uncle lives in Baken street/Kampur road.
17.Place
of works ৰ ক্ষেত্রত in হয়।
Ex:-
My uncle works in a hotel/bank/school/college.
18.এঠাইৰ
পৰা আনঠাইলৈ গ’লে by, on আরু in ব্যৱহাৰ হয় ।
আমি
এঠাইৰ পৰা আনঠাইলৈ গ’লে খোজকাঢ়ি, ঘোৰাৰ পিঠিত বা হাতিৰ পিঠিত গ’লে on হয় ।
যেনে- on foot, on
horseback, on elephant’s back
আনহাতে,
বাছ, মটৰ, ৰেলগাড়ী, নাওঁ, জাহাজ বা পানী জাহাজেৰে গ’লে by হয়। যেনে- by
bus/car/train/boat/plene/air etc.
*কিন্তু
বা মটৰ/নাওঁ আদি নিজৰ হ’লে in ব্যৱহাৰ হয়৷
Ex:-He
made the journey in his own car.
I
have come here in my own car.
19. কোনো মানুহৰ এফালৰ পৰা আনফালৈ যোৱা বুজালে
Across আরু পোনে পোনে গতি কৰা বুজালে Along preposition ব্যৱহাৰ হয়।
Ex:-
The man sailed across the sea.
The man
walks along the street.
The
woman is walking along the street.
20.
Take, bring, give, send, land, promise, pay, offen, pass, throw, tell,আদি verb বোৰৰ পাছত Direct
আরু Indirect object ৰ বাক্যত থাকিলে to ব্যৱহাৰ অবিহনে বাক্য গঠনক কৰিব নোৱাৰি৷
Ex:- I
gave two pens to Sanjib.
Raju lent a pen to me.
I promised to Hori to pay hundred rupees.
I sent four books to Syam.
21.
Get find, keep, reserve, buy, make, build, order, fetch এই verb
কেইটাৰ পিছত Indirect object থাকিলে for ব্যৱহাৰ অবিহনে বাক্য গঠন নহয়।
Ex:-
My uncle bought a shirt for me.
The teacher has made an order for the
student.
My father has reserved a hostel for me. God
Blessing you all.....
22.
বাৰ আরু নিদ্দিষ্ট দিন বা তাৰিখৰ আগত ‘On’ Preposition ব্যৱহাৰ কৰা হয় ৷
Ex- Our
new classes will be started on Tuesday.(বাৰ)
My
uncle will return on Christmas day.(নিদ্দিষ্ট দিন)
Our
examination will be held on February 12th.(তাৰিখ)
কিন্তু
দীৰ্ঘ সময় বা ব্যাপক সময়বোৰৰ ক্ষেত্রত বিশেষকৈ মাহ (Ex- in June, in January etc),
দিনটোৰ ব্যাপক সময়বোৰ(in the morning, in the after noon, in the evening in the
night, etc), বছৰ (in 2018, in 2003) ৰ ক্ষেত্রত ‘in’ ব্যৱহাৰ কৰা হয় ৷
Our
summer vacation is usually happened in July.
We
often stay at school in the morning.
This baby was born in 2018.