Sara Sihnar Kabita for children by Bhumita Bez, edited by Podmeswar

 

স্বৰচিহ্নৰ কবিতা

 

দৌৰি দৌৰি গৈ মেকুৰীটো

কূপৰ ভিতৰত পৰিল,

তাকে দেখি নৃপতিৰ

মুখৰ মাত হৰিল ৷