পৃথিৱী
নীলা
নীলা আকাশৰ তলত ঘৰ বোৰ
শাৰী-শাৰী,
সেউজ পৃথিৱীখন গছ-লতা বনেৰে ভৰি আছে
লৰি-চৰি।
চিক্-মিক্ বিজুলী কলা কলা ডাৱৰে
বেৰিলে আকাশৰ ঠাই,
|
লগতে আহিলে ৰামধেনু জিলিকাই ।