PICNIC BY PODMESWAR

 

পিকনিক খামঃ

By Podmeswar

 

পিকনিক্‌ খাম, আজি পিকনিক খাম,

বহু দিনৰ মোৰত আজি, পেতটো ভৰাম ।

 

ধন, চিত্র, মৃদুল, দীপাংক আদি সবে পিকনিক খাম,

ধম্‌ ধম্‌ দেগ বাজে, এপাক ককাল ঘুৰাই চাম ।

 

বন্ধৰ দিন ভাই, একেবাৰে টেঞ্চন নাই,

খাম ঠিকছে পিক্‌নিক ভাই,

পেটৰ পেলোয়ে আনন্দতে নাচিব

আমাৰ ভোঁজৰ গুন্ধ পাই ।

 

দেগ বাজে, ‘দিচকো ভন্টি’, বেচ্‌ বজা দেগ,

‘ডিজে, ৰিমিক্স, সকলো বাজে,

‘ধিন চেগ ধিন চেগ’ ।

 

Updating………..