My Mother at Sixty Six, Line wise Description, (SELF Learning), by Podmeswar


My Mother at Sixty Six, Line wise Description with Assamese meaning, by Podmeswar
Driving from my parent’s home to Cochin last Friday Morning,
যোৱা শুক্রবাৰে ৰাতিপুৱা মোৰ মা-দেউতাৰ ঘৰৰ পৰা চিন বিমান বন্দৰলৈ গাড়ী চলাই আহোতে
I saw my mother, মই মোৰ মাক দেখিছিলো,
Beside me, মোৰ কাষতে আছিল,
Doze, চিলিমিলি টোপনি গৈ আছিল,
Open mouthed, মোখখন মেল খাই আছিল,
Her face ashen like that of a corpse and realized with pain that she was as old as she looked,
তেওঁৰ মুখখন ছাই বৰণৰ নিচিনা লাগিছিল যেন এটা মৰাশহে আরু দুখ অনুভৱ কৰিছিলো যে তেওঁ দেখাত বহু বুঢ়া হৈছিল

Description: In these lines, the poetess, Kamala Das mentions that when she was driving from her parent’s home to Cochin Air Port then she saw her mother who was beside her. Her mother was dozing and open mouthed. Her face was ashen or grey colour like a corpse or dead body. At that moment, she felt or realized with pain that she was as old as she looked.
ভাঙনিঃ এই কেইশাৰী বাক্যত, কবি কমলা দাসে উল্লেখ কৰিছে যে যেতিয়া তেওঁ নিজৰ মা-দেউতা ঘৰৰ পৰা গাড়ী চলাই ক’চিন বিমান বন্দৰলৈ গৈ আছিল তেতিয়া তেওঁ তেওঁৰ মাকক চাইছিল যোনে তেওঁৰ কাষতে আছিল । তেওঁৰ মাক চিলিমিলি টোপনি গৈ আছিল আরু মুখখন মেল খাই আছিল । তেওঁৰ মুখখন চাই বৰণৰ আছিল যেন এটা মৰাশহে বা মৃত শৰীৰহে । সেই সময়ত, তেওঁ দুখেৰে অনুভৱ কৰিছিল যে তেওঁ দেখাত যথেষ্ট বৃদ্ধ বা বুঢ়া হৈছে ।

But soon put that thought away, সোনকালে সেই ভাবনাৰ বা ভাবৰ পৰা আতৰি গৈছিলো
And looked out at young trees sprinting, বাহিৰত সজীৱ বা সতেজ গছবোৰ বেগাই দৌৰি থকা দেখিছিলো,
The merry children spilling out of their homes, আনন্দময়ী বা আনন্দমুখী বা আনন্দমনেৰে লৰা-ছোৱালীবোৰে সিহঁতৰ ঘৰৰ পৰা ওলোৱা দেখিছিলো,
Description: In these lines, the poet mentions that she gave up the pain think/expression from her mind and looked out. She saw that the active or young trees were sprinting and the merry children (active and young) were spilling out from their houses. Here, the young trees sprinting and the merry children are used to contrast with her mother. Her mother was lifeless and inactive like a dead body but in contrast, the young trees sprinting and the merry children were active and fully live.
ভাঙনিঃ  এই বাক্য শাৰীত, কবিয়ে উল্লেখ কৰিছে যে তেওঁ দুখ লগা ভাবনাতো ত্যাগ কৰি বাহিৰলৈ মন কৰিছিল । তেওঁ দেখিছিল যে বাহিৰত সজীৱ বা সতেজ গছবোৰ বেগাই দৌৰি আছিল (অথবা দৌৰি থকা যেন লাগিছিল) আরু আনন্দময়ী বা আনন্দমুখী বা আনন্দমনেৰে লৰা-ছোৱালীবোৰে সিহঁতৰ ঘৰৰ পৰা ওলাই আহিছিল ৷ ইয়াত, সজীৱ বা সতেজ গছবোৰ আরু আনন্দময়ী বা আনন্দমুখী বা আনন্দমনেৰে লৰা-ছোৱালীবোৰৰ সৈতে তেওঁৰ মাকৰ পাৰ্থক্যক তুলনা কৰিছে ৷ তেওঁৰ মাক এটা মৰাশৰ নিচিনা নিৰ্জীৱ আরু অসক্রিয় আছিল আনহাতে সজীৱ বা সতেজ গছবোৰ আরু আনন্দময়ী বা আনন্দমুখী বা আনন্দমনেৰে লৰা-ছোৱালীবোৰ সক্রিয় আরু সজীৱ আছিল ৷



But after the airport’s security check, কিন্তু বিমান বন্দৰৰ তালাচিৰ পিছত,
Standing a few yards away, কেইগজমান দূৰত ৰৈ,
I looked again at her, মই পুনৰ তেওঁলৈ চাইছিলো
Wan, বিবৰ্ণ বা বৰ্ণহীণ
Pale as a late winter’s moon and felt that old familiar ache,
শৰত কালৰ শেহতীয়াকৈ ওলোৱা চন্দ্ৰটোৰ দৰে শেতা পৰা বা উজ্জ্বলহীন আছিল আরু পুৰণি পৰিচিত দুখ বা বেদনাটো অনুভৱ কৰিছিলো
My childhood fear, মোৰ লৰালিকালৰ ভয়-ভাৱটো

Description: In these lines, the poetess mentions that after the airport’s security check, she was standing a few yards away from her mother and looked again at her. Her mother was wan or colourless and pale like a late winter’s moon. At that moment, she felt her old familiar ache or pain which was her childhood’s fear. Her old familiar ache or her childhood’s fear was that she would lose her mother soon and never meet her again in her life.
ভাঙনিঃ  এই কেইষাৰী বাক্যত, কবিগৰাকীয়ে উল্লেখ কৰিছে যে বিমান বন্দৰৰ তালাচিৰ পাছত, তেওঁ মাকৰ পৰা কেইগজমান আতৰত ৰৈ আছিল আরু পুনৰ মাকক চাইছিল । তেওঁৰ মাক বৰ্ণহীণ বা বিবৰ্ণ আছিল আরু শৰত কালৰ শেহতীয়াকৈ ওলোৱা চন্দ্ৰটোৰ দৰে শেতা পৰা বা উজ্জ্বলহীন আছিল সেই সময়ত তেওঁ পুৰণি পৰিচিত দুখ বা বেদনাটো অনুভৱ কৰিছিলো যিটো তেওঁৰ ল’ৰালিকালৰ ভয় আছিল ৷ তেওঁ পুৰণি পৰিচিত দুখ বা বেদনাটো বা ল’ৰালিকালৰ ভয় আছিল যে তেওঁ তেঁওৰ মাকক সোনকালে হেরুৱাব আরু জীৱনৰ কাৰণে পুনৰ লগ নাপায় ৷

But all I said was, কিন্তু মই মাত্র কৈছিলো
See you soon, Amma তোমাক সোনকালে দেখা বা লগ পাম, মা
All I did was smile and smile and smile সকলো কথা বা ভাবনাৰ মাজত (অৰ্থাৎ ভাবনাবোৰ প্রকাশ নকৰি) কেৱল হাঁহি আরু হাঁহি আরু হাঁহিৰে কৈছিলো বা দেখুৱাইছিলো
Description: In these lines, the poetess expresses that she was thinking many thoughts about her mother like her colourless and ashen face, her liveless or inactive body like a deadbody, her wan and pale face like a late winter’s moon and her old familiar or childhood fear of losing her. But, instead of saying anything, she just said her mother and promised that she would see her soon. When she said this then she did not express her sorrows of mind instead she expressed with smiling.

ভাঙনিঃ  এই কেইশাৰী বাক্যত, কবিয়ে প্রকাশ কৰিছে যে তেওঁ তেওঁৰ মাকৰ বিষয়ে বিভিন্ন বিষয়সমূহ ভাবি আছিল যেনেকৈ তেওঁৰ বৰ্ণহীণ আরু ছাই বৰণৰ মুখ, তেওঁৰ এটা মৰাশৰ দৰে নিৰ্জীৱ অথবা অসক্রিয় দেহ, তেওঁৰ শৰত কালৰ শেহতীয়াকৈ ওলোৱা জুনটোৰ দৰে বিবৰ্ণ আরু নিস্তেজ মুখ, তেওঁৰ পুৰণি পৰিচিত দুখ বা সরুকালৰ মাকক হেরুৱা ভয়টো আদি ৷ কিন্তু, এইবোৰ ভাবনা কোৱাৰ বা প্রকাশ পৰিৱৰ্তে, তেওঁ মাকক কৈছিল আরু প্রতিশ্রুতি দিছিল যে তেওঁ মাকক সোনকালে দেখা কৰিব বা লগ পাব ৷ যেতিয়া তেওঁ এনেদৰে কৈছিল তেতিয়া তেওঁ দুখ ভাবনাবোৰ প্রকাশ কৰা নাছিল, ইয়াৰ পৰিৱৰ্তে হাঁহিৰে কথাষাৰ প্রকাশ কৰিছিল ৷   


Any mistakes kindly inform through the below contact form.....

God blessing you.............