“জীৱনক লৈ কিছুমান কথা”
-সুশ্মিতা হাচামফুৰা
১। যদি আপোনি সূৰ্য্যৰ দৰে
উজ্জ্বল হবলৈ বিচাৰে তেনেহ’লে প্রথমে সূৰ্য্যৰ দৰে জ্বলিবলৈ শিকক ।
২। নিজৰ ‘Selfie’ লোৱাটো ‘Second’ ৰ কাম হয়, কিন্তু নিজৰ ‘Image’ বনাবলৈ গোটেই জীৱন লাগি যায় ।
৩। আপোনি আপোনাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰে, কিন্তু আপোনাৰ অভ্যাস সলনি কৰিব পাৰে আৰু আপোনাৰ অভ্যাসে এদিন আপোনাৰ ভৱিষ্যত সলনি কৰি দিব ।
৪। প্রথমবাৰ সফল হোৱাৰ পিছত ৰৈ দিয়াটো উচিত নহয়, কাৰণ দ্বিতীয়বাৰ যদি আপোনি
অসফল হয়, তেতিয়া সকলোৱে কৱ আপোনাক সেইটো ভাগ্যৰ জোৰত পাইছিল ।
৫। তোমাৰ জীৱনত যিমানে সমস্যা আহিব সিমানে তুমি সফলতা পাই গৈ থাকিবা, কাৰণ
সকলো সমস্যাই লগত এটা সুযোগ লৈ আহে ।
৬। মানুহে কষ্ট পোৱাটো আৱশ্যক, কাৰণ সফলতাৰ আনন্দ উপভোগ কৰিবলৈ কষ্টৰ প্রয়োজন
।