Life related some matter by Sushmita Hasamphura

“জীৱনক লৈ কিছুমান কথা”

-সুশ্মিতা হাচামফুৰা

 

১। যদি আপোনি সূৰ্য্যৰ দৰে উজ্জ্বল হবলৈ বিচাৰে তেনেহ’লে প্রথমে সূৰ্য্যৰ দৰে জ্বলিবলৈ শিকক ।

 

২। নিজৰ ‘Selfie’  লোৱাটো ‘Second’ কাম হয়, কিন্তু নিজৰ Image’ বনাবলৈ গোটেই জীৱন লাগি যায় ।

 

৩। আপোনি আপোনাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰে, কিন্তু আপোনাৰ অভ্যাস সলনি কৰিব পাৰে আৰু আপোনাৰ অভ্যাসে এদিন আপোনাৰ ভৱিষ্যত সলনি কৰি দিব ।

 

৪। প্রথমবাৰ সফল হোৱাৰ পিছত ৰৈ দিয়াটো উচিত নহয়, কাৰণ দ্বিতীয়বাৰ যদি আপোনি অসফল হয়, তেতিয়া সকলোৱে কৱ আপোনাক সেইটো ভাগ্যৰ জোৰত পাইছিল ।

 

৫। তোমাৰ জীৱনত যিমানে সমস্যা আহিব সিমানে তুমি সফলতা পাই গৈ থাকিবা, কাৰণ সকলো সমস্যাই লগত এটা সুযোগ লৈ আহে ।  

 

৬। মানুহে কষ্ট পোৱাটো আৱশ্যক, কাৰণ সফলতাৰ আনন্দ উপভোগ কৰিবলৈ কষ্টৰ প্রয়োজন ।