KEEPING QUIET, LINEWISE DESCRIPTION, BY PODMESWAR

Now we will count to twelve
And we will all keep still.
এতিয়া আমি বাৰলৈকে গণনা কৰিম
আরু আমি সকলো মৌন বা মনে মনে থাকিম ।

Description:
In this line, the poet mentions that they will count to twelve and they will all keep still. The poet requests everybody or us that we should keep quiet and stop our rush for minimum counting twelve or at least twelve seconds.  

ভাঙণিঃ এই শাৰী বাক্যত, কবিয়ে উল্লেখ কৰিছে যে তেওঁলোকে বাৰলৈকে গণনা কৰিব আরু তেওঁলোকে সকলো মৌন বা মনে মনে থাকিব কবিজনে সকলোকে বা আমাক অনুৰোধ কৰিছে যে আমি বাৰলৈকে গণনা কৰি বা কমেও বাৰ ছেকেণ্ড সময় মনে মনে থাকিব লাগে আরু আমাৰ খৰ-ধৰ বা হুলস্থূলীয়া মানসিকতা অলপ সময়ৰ বাবে হ’লেও বন্ধ কৰিব লাগে ।  



For once on the face of the Earth
Let’s not speak in any language,

এবাৰৰ বাবে এই পৃথিৱীত বা পৃথিৱীৰ সন্মুখত বা মুখত
আহা আমি কোনো ভাষাতে কথা নাপাতো বা নকওঁ,

Let’s stop for one second,
আহা আমি একছেকেণ্ড বা এক মুহূৰ্তৰ বাবে হ’লেও ৰৈ যাওঁ,

And not move our arms so much.
আরু বেছিকৈ বা অধিক পৰিমাণে আমাৰ বাহুবোৰ নলৰাওঁ ।

Description:
The poet requests everybody or us not to speak any language for just once on the face of the Earth and not to move our arms or our other body part so much at least just for one second or a few seconds.

ভাঙণিঃ কবিজনাই সকলোকে বা আমাক অনুৰোধ কৰিছে যে এই পৃথিৱী বা মাতৃভূমিৰ সন্মুখত আমি অলপ সময়ৰ বাবে হ’লেও কোনো ভাষাত কথা কব নালাগে আরু আমাৰ বাহু লগতে শৰীৰৰ আন অংগবোৰৰ সঞ্চালন বন্ধ কৰি স্থিৰ হৈ থাকিব লাগে । 


It would be an exotic moment
Without rush, without engines,

ই এক আচহুৱা বা অচিনাকী মুহূৰ্ত হ’ব
খৰ-ধৰৰ অবিহনে বা খৰ-ধৰ নাথাকিব, ইঞ্জিণবোৰৰ অবিহনে বা ইঞ্জিণবোৰ নচলিব

We would all be together
In a sudden strangeness.

আমি সকলো একেলগে
এক হঠাৎ আশ্চৰ্যজনক বা আচহুৱা বা আচৰিত এক পৰিস্থিতিৰ মুখা-মুখী হ’ম ।


Description:
The poet here mentions that if we keep quiet for a few seconds or minutes then it would an exotic or surprise or moment where there will no rush and the entire or all engines/machines will be stopped totally. Then we will get a sudden strangeness moment of without rush and without engines.

ভাঙণিঃ কবিজনে উল্লেখ কৰিছে যে যদি আমি কেইছেকেণ্ডমান বা কেইমিনিটমান মৌন থাকো তেতিয়া ই এক ই এক আচহুৱা বা অচিনাকী মুহূৰ্ত হ’ব য’ত কোনো খৰ-ধৰৰ অবিহনে বা খৰ-ধৰ নাথাকিব আরু ইঞ্জিণবোৰৰ অবিহনে বা ইঞ্জিণবোৰ নচলিব অথবা সম্পূৰ্ণ বন্ধ হব । তেতিয়া আমি হঠাতে এক আশ্চৰ্যজনক মুহূৰ্ত লগ পাম য’ত কোনো হুলস্থূল আরু ইঞ্জিনবোৰ বন্ধ থাকিব ।


Fisherman in the cold sea
Would not harm whales

শীতল সাগৰত মাছমৰীয়াসকলে
তিমি মাছবোৰক আঘাত বা ক্ষতি নকৰিব

And the man gathering salt
Would look at his hurt hands.

আরু নিমখ সংগ্রহ কৰা মানুহবোৰে
তেওঁলোকৰ কষ্ট পোৱা বা আঘাত পোৱা হাঁতবোৰৰ যতন ল’ব বা চোৱা-চিতা কৰিব ।



Description:
                In this line, the poet mentions that when we keep silent for a moment at that time the fisherman in the cold sea does not harm whales and the man who gathering salt looks after his hurt hands.

ভাঙণিঃ এই বাক্য শাৰীত, কবিজনাই উল্লেখ কৰিছে যে যেতিয়া আমি সকলো অলপ সময়ৰ বাবে মৌন থাকিব সেই সময়ত শীতল সাগৰত মাছ মৰা মাছমৰীয়াসকলে তিমি মাছবোৰক আঘাত বা ক্ষতি নকৰিব আরু নিমখ সংগ্রহ কৰা মানুহবোৰে তেওঁলোকৰ কষ্ট পোৱা বা আঘাত পোৱা হাঁতবোৰৰ যতন ল’ব বা চোৱা-চিতা কৰিব ।



Those who prepare green wars,
Wars with gas, wars with fire,

সেইবোৰ মানুহ যিসকলে পৰিৱেশৰ বিরুদ্ধে,
গেছৰ সৈতে যুদ্ধ, আগ্নেয়াস্ত্রৰ সৈতে যুদ্ধৰ বাবে প্রস্তুতি কৰে,

Victory with no survivors,
যত বিজয় উৎসৱ পাতিবলৈ বা বিজয় সাৰ্ব্যস্ত কৰিবলৈ কোনো বাচি নাথাকে,

Would put on clean clothes
And walk about with their brothers in the shade, doing nothing.
তেওঁলোকে নতুন কাপোৰ পিন্ধিব আরু তেওঁলোকৰ ককাই-ভাইকহঁতৰ লগত ছাঁৰ দৰে বা গাতে গা লগাই খোঁজ কাঢ়িব, একো আন কাম নকৰাকৈ ।

Description:
In this line, the poet mentions that the men who prepare green wars, wars with gas, wars with fire and the wars where there would no survivors to victory, these men should put on clean clothes and walk with their brother in the shade and at that time they should not do anything or any work.

ভাঙণিঃ এই বাক্য শাৰীত কবিয়ে উল্লেখ কৰিছে যে যিসকল লোকে পৰিৱেশৰ বিরুদ্ধে যুদ্ধ কৰে, গেছৰ দ্বাৰা যুদ্ধ কৰে, আগ্নেয়াস্ত্রৰ জৰিয়তে যুদ্ধ কৰে আরু সেই যুদ্ধবোৰ য’ত বিজয় উৎসৱ পালন কৰিবলৈ কোনো লোক বাচি নাথাকে, এই সকলোবোৰ মানুহে অলপ সময়ৰ বাবে একো কাম নকৰা উচিত আরু পৰিষ্কাৰ কাপোৰ পিন্ধি বা পৰিধান কৰি তেওঁলোকৰ ভাতৃবৃন্দ বা ভাই-ককাইহঁতৰ সৈতে ছাঁ দৰে অথবা একেলগে ভ্রমণ বা খোঁজ কাঢ়িব লাগে ।


What I want should not be confused with total inactivity.
মই যি বিচাৰিছো সেয়া সম্পূৰ্ণ অৰ্কমণ্যতা বা একো নকৰা স্থবিৰতাক পূৰ্ণ নিষ্ক্রিয়তা বা মৃত্যুৰ কথা বুলি ভাবি খেলি-মেলি কৰাতো বা ভুল বুজাতো উচিত নহয় বা নহ’ব । অৰ্থাৎ মই সম্পূৰ্ণ নিষ্ক্রিয়তা বা পূৰ্ণ স্থবিৰতা বা মৃত্যুৰ কথা বিচৰিছো বা কৈছো বুলি ভুল নুবুজিব । 

Life is what it is about;
জীৱন হৈছে যি জীৱনৰ বা জীয়াই থকাৰ বিষয়ে বুজায় ।
অথবাঃ গতিয়েই বা জীৱন্ত বা জীয়াই থকাই হৈছে জীৱন ।   

Description:
In these lines, the poet mentions that we should not confuse with total activity or death or stopped everything for the moment. We know that life is what is about. The poet says that he/she does not want to truck or relation with death. His means that if If we were not single minded about keeping our lives moving and for once or for some time we keep quiet doing nothing. Then our sorrows of understanding ourselves and of threatening ourselves with death will be interrupt or finished or crashed or away from us.

ভাঙণিঃ এইকেইশাৰী বাক্যত কবিজনাই উল্লেখ কৰিছে যে তেওঁ যি বিচাৰিছো সেয়া সম্পূৰ্ণ অৰ্কমণ্যতা বা একো নকৰা স্থবিৰতাক অথবা পূৰ্ণ নিষ্ক্রিয়তা বা মৃত্যুৰ কথা বুলি ভাবি খেলি-মেলি কৰাতো বা ভুল বুজাতো উচিত নহয় বা নহ’ব । অৰ্থাৎ তেওঁ সম্পূৰ্ণ নিষ্ক্রিয়তা বা পূৰ্ণ স্থবিৰতা বা মৃত্যুৰ কথা বিচৰিছ বা কৈছে বুলি ভুল বুজিব নালাগে । তেওঁৰ মতে, জীৱন হৈছে যি জীৱনৰ বা জীয়াই থকাৰ বিষয়ে বুজায় । অথবা গতিয়েই বা জীৱন্ত বা জীয়াই থকাই হৈছে জীৱন ।  


I want no truck with death.
মই মৃত্যুৰ সৈতে কোনো সম্পৰ্ক গঢ়িব বিচৰা নাই বা কবিৰ মৃত্যৰ লগত কোনো সম্পৰ্ক নাই ।

If we were not single minded
About keeping our lives moving,
যদি আমি সদায় আমাৰ জীৱন গতি কৰি থকা বা জীয়াই থকা সেই একমাত্র বিষয়টোতে লাগি নাথাকো,

And for once could do nothing,
আরু এবাৰৰ বাবে হ’লেও একো নকৰো বা জিৰণী লওঁ বা মৌন থাকো,

Might interrupt this sadness of never understanding ourselves and of threatening ourselves with death.
আমি নিজকে বুজি নোপোৱা আরু আমি মৃত্যৰ পৰা ভয় খুৱা, এই দুখটো হয়তো এই বিশাল মৌনতাই বা দীৰ্ঘ সময়ৰ নিৰৱতাই বা জিৰণীয়ে দূৰ কৰিব বা নাশ কৰিব ।

Description:
The poet here mentions that he does not want to truck or relation with death. That means, he requests to keep silent but not to die. He means that if we were not single minded About  just keeping our lives moving and for once we will keep still then the silence will interrupt our sadness of never understanding ourselves and of threatening ourselves with death.

ভাঙণিঃ
কবিয়ে মৃত্যুৰ সৈতে কোনো সম্পৰ্ক গঢ়িব বিচৰা নাই বা কবিয়ে মৌন থকা মানে মৃত্যুৰ কথা কোৱা নাই । যদি আমি সদায় আমাৰ জীৱন গতি কৰি থকা বা জীয়াই থকা সেই একমাত্র বিষয়টোতে লাগি নাথাকো, আরু এবাৰৰ বাবে হ’লেও একো নকৰো বা জিৰণী লওঁ বা মৌন থাকো, আমি নিজকে বুজি নোপোৱা আরু আমি মৃত্যৰ পৰা ভয় খুৱা, এই দুখটো হয়তো এই বিশাল মৌনতাই বা দীৰ্ঘ সময়ৰ নিৰৱতাই বা জীৰণীয়ে দূৰ কৰিব বা নাশ কৰিব ।



Perhaps the Earth can teach us
সম্ভৱতঃ পৃথিৱীখনে আমাক শিকাব পাৰে

As when everything seems dead
And later proves to be alive.
যে যেতিয়া সকলো জীৱ বা বস্তু মৃতপ্রায় যেন দেখা যায় বা মৃত্য হয় আরু তেতিয়াওঁ পৃথিৱী সজীৱ হৈয়েই থাকে ।

Description:
The poem here mentions that we can learn from the earth or the earth can teach us. When everything seems dead then the earth later proves to be alive.

ভাঙণিঃ কবিজনাই ইয়াত উল্লেখ কৰিছে যে সম্ভৱতঃ পৃথিৱীখনে আমাক শিকাব পাৰে যে যেতিয়া সকলো জীৱ বা বস্তু মৃতপ্রায় যেন দেখা যায় বা মৃত্য হয় আরু তেতিয়াওঁ পৃথিৱী সজীৱ হৈয়েই থাকে ।

Now I’ll count up to twelve
And you keep quiet and I will go.
এতিয়া মই বাৰলৈকে গণনা কৰিম
আরু তুমি মনে মনে থাকা আরু মই যাম ।

Description:
The poet here mentions that he readies to count twelve and go so he requests us to keep quiet.  

ভাঙণিঃ
কবিয়ে ইয়াত উল্লেখ কৰিছে যে তেওঁ এতিয়া বাৰলৈকে গণনা কৰিব আরু তেওঁ সাজুঁ হৈছে আমাৰ সকলোকে বা আমাক মৌন হৈ থাকিবলৈ অনুৰোধ জনাইছে ।








ANY MISTAKES FOUND, INFORM THROUGH THE BELOW CONTACT FORM...

GOD BLESSING YOU............