মোবাইল
-পদ্মেশ্বৰ বৰা
কিৰিং কিৰিং মোবাইল ফুনটি
বাজিছে
ঘনে ঘনে,
খেৰেং খেৰেং, চেৰেং চেৰেং
মনত
বাজে মনে মনে ।
কোন বাৰু হেল্লো তুমি
মোমাই,
ককাই, জেঁঠাই,
কথা পাতা Unlimited ভৰাই
পেনাই
পেনাই পেনাই ।
মোবাইল Charge Full, No problem Damful
কথা
পাতি থাকা দিনটো আজি,
Today Holiday ভাই, মগজুত Tension নাই
Conversation
with ছবজি-ভাজি ।
Game ও খেলিব পাৰা,
বাপজি-পাপজি
Net ভৰোৱা Jio
ৰ ছিমত,
ধিচেও-ধিচেও চেওঁ, বন্দুক উঠিব বাজি
Free
Fire Action Game ত ।
গাণো শুনিব পাৰা Audio-Mp3
নাচা
কঁকাল একা-বেকা কৰি,
নিম্ন বেছ আছে, মোৰো দেহাই নাছে
Dj-Remix,
আছে Mobile
ত ভৰি ।
Video চাব নেকি, 3D-HD?
Assamese,
English, Hindi,
Action-Jackson, Disco-ভন্টী
Hi-Fi কপিল কমেডী ।
Internet ও আছে ভাই, No
problem Hi-Fi
YouTube,
Google লগাই,
Education, information আৰু বহুতো
আহা
আমি জানো সবাই ।
Negative-Positive সকলো Mobile ত আছে
Follow
only Positive,
Use Helpfully & Carefully
কৰা
জীৱন Pro-Active ।