Q. Auxiliary Verb কি? এই Special Verb কেইটা আৰ কি কি? এই Verb কেইটাৰ কামসমূহ বৰ্ণনা কৰা ৷
Answer:-
Auxiliary
শব্দৰ অৰ্থ হ’ল- সহায়কাৰী,
সেয়েহে Auxiliary Verb হ’ল
এক লাগতিয়াল Verb ৰ
সমষ্টি যি সমূহে
English Sentence বনোৱাত সহায় কৰে
৷
এই ‘Special Verb’ 24টা
৷ সেইকেইটা হ’ল-
be- am, is, are, was, were, do-do, does, did, have- have, has, had, shall,
should, will, would, may, might, must, can, could, ought (to), need, used to,
dare
Auxiliary Verb সমূহ তিনিটা ব্যৱহাৰৰ বাবে প্রয়োগ হয়:-
১ ৷ Tense ৰ Form সমূহৰ সহায়কাৰী হিচাপে: আমি
Tense ৰ
Form সমূহত লক্ষ্য কৰিলে
দেখা যাব যে
Auxiliary Verb সমূহে বিভিন্ন Form সমূহত
ব্যৱহৃত হৈ মূল
Verb সমূহক সহায় কৰি
আছে ৷ উদাহৰণস্বৰপে-
Present Continuous Tense’s form- S + am/is/are + V + ing + Extension, ইয়াত
দেখা গৈছে যে
am, is আৰ are এ Form টোৰ
মূল
Verb ক সহায় কৰি
আছে ৷ ঠিক
তেনেদৰে Present Perfect (s+have/has+past participle of the verb
+extension)ত
Have আৰ
has য়ে,
Pas continuous(S+was/were+v+ing+Extension) ত
Was আৰ
Were এ সহায় কৰি
আছে আৰ এনেদৰেই
বাকী
Tense ৰ
Form সমূহতো Auxiliary Verb বোৰে সহায়
কৰি আছে ৷
2 ৷ Person সমূহৰ বিভক্তিকৰণত:
দ্বিতীয়তে Auxiliary Verb সমূহে ‘Person’ সমূহৰ
বিভক্তিকৰণত সহায় কৰে,
উদাহৰণস্বৰপে- আমি Present Continuous
Tense ৰ
Form(S+am/is/are+V+ing+extension), টো ব্যৱহাৰ
কৰোটো ‘I’ ৰ লগত
am- I am, we ৰ লগত are- we are, you ৰ
লগত
are- you are, He/she/it/etc ৰ লগত
is- he/she/it is, আৰ
They ৰ লগত are- they are, ব্যৱহাৰ
কৰো,
আকৌ
Present Perfect ৰ Form(S+have/has/past
participle of the verb+extension) ব্যৱহাৰ
কৰোতে I have, we have, you have, he/she/it has আৰ
they have, হিচাপে ব্যৱহাৰ কৰো,
এনেদৰেই বাকী Tense ৰ
Form সমূহতো Auxiliary Verb সমূহে Person সমূহৰ
বিভক্তিকৰণত সহায় কৰে
৷
৩ ৷ মূল Verb হিচাপে আৰ নিজা এক অৰ্থবহ হিচাপে: Auxiliary Verb সমূহে
মূল
Verb হিচাপে আৰ নিজা
এক অৰ্থ প্রকাশ
কৰে ৷ তলত
সেইবোৰ উল্লেখ কৰা
হ’ল:-
Be-Am,
is, are, was, were:- ‘Be’ হ’ল
Auxiliary Verb ৰ এক মূল
অংশ ৷ যাৰ
অৰ্থ হ’ল
হোৱা বা থকা
৷ ইয়াৰ Present Form হিচাপে
am, is আৰ
are এ যি বৰ্তমানত
কিবা হোৱা বুজায়
৷ উদাহৰণস্বৰপে- মই
এজন ছাত্র হওঁ
–I am a student. তুমি এজন ছাত্র
হোৱা-
You are a student., সি/তাই
এজন ছাত্র –He/she is a student.
, লগতে ‘Be’ Verb ৰ
Past
Form হিচাপে Was আৰ Were ব্যৱহৃত
হয়,
যিয়ে কোনো বিষয়
অতীতত ‘আছিল’ বা ‘হৈছিল’
বা
‘ঘটিছিল’ বুজায় ৷
উদাহৰণস্বৰপে- I was a student. মানে
মই এজন ছাত্র
আছিলো ৷ আৰ
You were a student. মানে তুমি
এজন ছাত্র আছিলা
৷
** ‘Be’
Verb এই ব্যৱহাৰৰ ওপৰিওঁ
‘Be’ য়ে আদেশ(Order) বা
অনুৰোধ(Request) বা উপদেশমুলক(Advice)
বাক্যৰ ক্ষেত্রতো ব্যৱহাৰ
হয় ৷
Ex- শান্ত
আৰ মনে মনে
থাকা
(মৌন)-
Be calm and quiet. (Order)
অনুগ্রহ কৰি
ধৈর্য ধৰক-
Please be patient. (Request)
ৰাস্তা পাৰ
হওঁতে সাবধান হ’বা-
Be careful while crossing a road/street. (Advice)
‘DO’ Verb-DO, DOES, DID,
‘Do’ Auxiliary Verb এ
তিনিটি কামত হয়
৷
১)
Do মানে কৰা, I do it. মানে
মই এইটো কৰো,
She/he does it.(3rd person, so ‘does’) মানে
তাই বা সি
এইটো কৰে, লগতে
‘Do’ ৰ
Past Form ‘Did’ এ অতীতত কৰিছিলো
বুজাই, I did it. মানে মই
এইটো কৰিছিলো ৷
২)
‘Do’ Auxiliary Verb য়ে
বাক্যত বেলেগ Auxiliary Verb ৰ
অনুপস্থিত প্রশ্ন সুধাত
বা প্রশ্নবোধক বাক্য
বনোৱাত সহায় কৰে
৷
Ex- I
know it. মানে মই এইটো
জানো ৷, তুমি
এইটো জানানে বুলি
প্রশ্ন সুধিবৰ বাবে ইয়াত বেলেগ
কোনো
Auxiliary Verb নাই সেয়েহে ‘Do’ ৰ
যোগেদি প্রশ্নৰ Form গঠন
কৰিব লাগিব অৰ্থাত
Do you know it?, এইক্ষেত্রত
First Person আৰ
2nd Person ত ‘Do’ আৰ 3rd
Person ত
‘Does ‘, Does he/she know it? আৰ Past ত
‘Did’, Did you/she/he know
it?
৩)
‘Do’ Auxiliary Verb য়ে
বাক্যত বেলেগ Auxiliary Verb ৰ
অনুপস্থিত নঞৰ্থক বা
নহয়বোধক বাক্য বনোৱাত
সহায় কৰে ৷
Ex- I
know it. মানে মই এইটো
জানো ৷ মই
এইটো নাজানো বুলি
কবলৈ ইয়াত বেলেগ
কোনো
Auxiliary Verb নাই সেয়েহে ‘Do’ ৰ
যোগেদি নঞৰ্থক বুজাব
লাগিব অৰ্থাত I do not know., ঠিক
এইদৰে 3rd Person ৰ
লগত
‘Does’, he/she does not know it., আৰ অতীতৰ
বাক্যৰ লগত ‘Did’ ব্যৱহাৰ
হয় ৷, I/he/she did not know it.(মই/সি/তাই
এইটো জনা নাছিলো/নাছিল
৷)
have- have, has, had
‘Have’ মানে
থকা বা আছে
বুজায় 1st আৰ 2nd
Person ৰ লগত ‘have’ আৰ 3rd
Person ৰ লগত ‘has’ ব্যৱহাৰ
হয়,
লগতে অতীতত থকা
বুজালে ‘had’ ব্যৱহাৰ কৰিব
লাগে ৷
Ex-
I have a gold colour pen.- মোৰ এটা
সোণালীবৰণৰ কলম আছে
৷
He/she/Ranju has a gold colour pen- তেওঁৰ/তাইৰ/ৰঞ্জুৰ
এটা সোণালীবৰণৰ কলম
আছে ৷
I/he/she/Rabi had a gold colour pen.- - মোৰ/তেওঁৰ/তাইৰ/ৰঞ্জুৰ
এটা সোণালীবৰণৰ কলম
আছিল ৷
ইয়াৰ ওপৰিওঁ ‘Have’ এ
হাতত/অধিকাৰত
থকা,
অনুভৱ/অভিজ্ঞতা/চৰিত্র
লাভ কৰা(Ex-He has a good
mind.), সম্পন্ন কৰা/সিদ্ধ
কৰা
(Ex- I have my dinner at 9. p.m.), লাভ কৰা
বা পোৱা (I had a letter from my sister
yesterday.) আদি কামবোৰত ব্যৱহাৰ
হয় ৷
shall,
should, will, would
‘Shall’
আৰ ‘Will’ য়ে ভৱিষত্যতত কোনো কাম হ’ব
বা ঘটিব অৰ্থাৎ Future Indefinite Tense ত
ব্যৱহাৰ হয় ৷
আৰ ‘Shall’ ৰ Past
Form ‘Should’ আৰ ‘Will’ ৰ Past
Form ‘Would’ ব্যৱহাৰ হয় ৷
এই Past Form দুয়ুটা (should & Would) , Narration কৰাৰ ক্ষেত্রত
‘Indirect Narration’ ত ব্যৱহৃত হয় ৷
Ex- Direct- He said to his friend, “I shall go to your
house tomorrow.”
Indirect- He told his friend that he would
(3rd person) go to his friend’s house the next day.
Direct- I
said, “I shall do it tomorrow.”
Indirect- I
said that I should do that the next day.
* Past Form হিচাপে ‘Should’ ব্যৱহাৰ হোৱাৰ উপৰিওঁ ‘Should’ য়ে কৰ্তব্য
(duty), বাধ্যবাধকতা (obligation),
আৰ কৰা
উচিত বা হোৱা উচিত এনে অৰ্থত ব্যৱহাৰ হয় ৷
আমি আমাৰ দেশক সন্মান কৰা উচিত৷- We should respect our country.
তুমি এইটো কৰা অনুচিত ৷- You should not do it.
ঠিক এইদৰে
‘Would’ য়েও বিনম্র অনুৰোধ বুজাবলৈ ব্যৱহাৰ হয় ৷
তুমি মোক মোৰ বাবে তোমাৰ নোটবহীখন দিবা নেকি?- Would you give me your notebook
for me?
may,
might, must:
‘May’ সাধাৰণতে তিনিটি ক্ষেত্রত বেছিকৈ ব্যৱহাৰ
হয়:-
১) সম্ভাৱনা ক্ষেত্রত অৰ্থাৎ হ’বও পাৰে বা নহবওঁ পাৰে এনে অৰ্থত:
আজি
ৰাতি বৰষুণ হ’ব পাৰে ৷- It maybe (may be) rain
tonight.
মই
যাবওঁ পাৰো ৷- I may be go.
2) ইচ্ছা বা আকাংক্ষা কৰা ক্ষেত্রত:-
তুমি
দীৰ্ঘজীৱী হোৱা- May you live long.
ভগবানে
আমাৰ সকলোকে মঙ্গল কৰক- May God bless us all.
৩) অনুৰোধ অৰ্থাত Permission লোৱা বাক্যৰ ক্ষেত্রত:-
আচাৰ্য মই সোমাব পাৰোনে ৷- May I come in acharjya?
‘May’ ৰ Past Form হিচাপে
‘Might’ ব্যৱহাৰ হয় ৷
Direct- Our
teacher said, “May you live long.”
Indirect- Our
teacher wished that I might live long.
‘Must’ এ অৱশে্যই কৰিব লগা(Obliged to
do) বা বাধ্যবাধকতাৰ ক্ষেত্রত বা নিশ্চয়তা আৰ সকল্প আদি ক্ষেত্রত ব্রৱহাৰ
হয় ৷
তুমালোকে
তোমালোকৰ ঘৰৰ গৃহকাৰ্য কৰিবই লাগিব ৷- You must do your home work.
তোমালোকে
শিক্ষকসকলক মানি চলিবই লাগিব ৷- You must obey your teachers.
** I may be go. মানে মই যাবওঁ পাৰো নাযাবওঁ পাৰো
৷
I might go. মানে মই যাম ৷(ভৱিষ্যত সম্ভাৱনা ক্ষেত্রত, নিশ্চিত নহয়)
I must go মানে মই যামেই ৷
can,
could
‘Can’ Auxiliary Verb এ
কৰ্মক্ষমতা (Ability) বা সামৰ্থ (Capable) থকাতো বুজায় আৰ ‘Can’ ৰ Past
Form হিচাপে Could ব্যৱহাৰ হয় ৷ I can
do it. মানে ‘মই এইটো কৰিব পাৰো ৷’ আকৌ I could do it. মানে ‘মই এইটো কৰিব পাৰিছিলো ৷’ লগতে * Could য়ে নম্রতা আৰ বিনয়ৰেৰে কোনো কথা কোৱাৰ ক্ষেত্রতো ব্যৱহাৰ হয় ৷
তুমি এজন ডাক্টৰক মাতি আনিব পাৰিবা নেকি বাৰ০ ৷- Could
you call in a doctor?
ought (to):
কোনো কাৰ্য কৰা
বা হোৱাটো উচিত
আছিল,
এনে অৰ্থত ought ব্যৱহাৰ
হয় ৷
আমি আমাৰ মাতৃভূমিক
ভাল পাব লাগে
৷-
We ought to love our motherland.
তুমি যাব লাগিছিল
৷-
You ought to go.
need
‘Need’ Auxiliary Verb এ প্রয়োজনীয়তা বা আৱশ্যকতাক বুজায় ৷
কিতাপ কিনিবলৈ মোক অলপ টকাৰ প্রয়োজন ৷- I need some money to buy books.
তালৈ যোৱা তোমাৰ কোনো প্রয়োজন নাই ৷- You need not go there.
Dare
‘Dare’
Auxiliary Verb এ দুঃসাহস কৰা
বা প্রত্যাহ্বান জনোৱা
এনে ধৰণৰ কৰ্মবোৰত
ব্যৱহাৰ হয় ৷
Ex- I
dare to do the work.
How dare you?
I dare not do it.
You dare no to it.(not to do it).
Used
to:
Use মানে ব্যৱহাৰ কৰা, ইয়াৰ
Past Form হ’ল Used অৰ্থাৎ
Used য়ে অতীতত কোনো কাম ব্যৱহাৰ হৈছিল বা অতীতত কোনো কাম সদায় হৈছিল,
কিন্তু এতিয়া নহয় এনে অৰ্থত ব্যৱহাৰ হয় ৷ ইয়াৰ লগত ‘to’
infinitive যোগ হয় ৷
মই লৰালীকালত সদায় কপিলী নদীত সাতুৰিছিলো- I always used to swimming in Kapili River in childhood.
তেখেতে ডেকা বয়সত সদায় বহুদূৰত্ব দূৰিছিল- He used to run a long distance when he was young.
All the best and best of luck
to all of you. By Podmeswar