AUXILIARY VERB, CLASS 11


Q. Auxiliary Verb কি? এই Special Verb কেইটা আৰ কি কি? এই Verb কেইটাৰ কামসমূহ বৰ্ণনা কৰা

Answer:-
Auxiliary শব্দৰ অৰ্থ - সহায়কাৰী, সেয়েহে Auxiliary Verb এক লাগতিয়াল Verb সমষ্টি যি সমূহে English Sentence বনোৱাত সহায় কৰে
   এই ‘Special Verb’ 24টা সেইকেইটা - be- am, is, are, was, were, do-do, does, did, have- have, has, had, shall, should, will, would, may, might, must, can, could, ought (to), need, used to, dare 
Auxiliary Verb সমূহ তিনিটা ব্যৱহাৰৰ বাবে প্রয়োগ হয়:-
Tense Form সমূহৰ সহায়কাৰী হিচাপে: আমি Tense Form সমূহত লক্ষ্য কৰিলে দেখা যাব যে Auxiliary Verb সমূহে বিভিন্ন Form সমূহত ব্যৱহৃত হৈ মূল Verb সমূহক সহায় কৰি আছে উদাহৰণস্বৰপে- Present Continuous Tense’s form- S + am/is/are + V + ing + Extension, ইয়াত দেখা গৈছে যে am, is আৰ are Form টোৰ মূল Verb সহায় কৰি আছে ঠিক তেনেদৰে Present Perfect (s+have/has+past participle of the verb +extension) Have আৰ has য়ে, Pas continuous(S+was/were+v+ing+Extension) Was আৰ Were সহায় কৰি আছে আৰ এনেদৰেই বাকী Tense Form সমূহতো Auxiliary Verb বোৰে সহায় কৰি আছে
2 Person সমূহৰ বিভক্তিকৰণত: দ্বিতীয়তে Auxiliary Verb সমূহে ‘Person’ সমূহৰ বিভক্তিকৰণত সহায় কৰে, উদাহৰণস্বৰপে- আমি Present Continuous Tense Form(S+am/is/are+V+ing+extension), টো ব্যৱহাৰ কৰোটো ‘I’ লগত am- I am, we লগত are- we are, you লগত are- you are, He/she/it/etc লগত is- he/she/it is, আৰ They লগত are- they are, ব্যৱহাৰ কৰো, আকৌ Present Perfect Form(S+have/has/past participle of the verb+extension)  ব্যৱহাৰ কৰোতে I have, we have, you have, he/she/it has আৰ they have, হিচাপে ব্যৱহাৰ কৰো, এনেদৰেই বাকী Tense Form সমূহতো Auxiliary Verb সমূহে Person সমূহৰ বিভক্তিকৰণত সহায় কৰে
মূল Verb হিচাপে আৰ নিজা এক অৰ্থবহ হিচাপে: Auxiliary Verb সমূহে মূল Verb হিচাপে আৰ নিজা এক অৰ্থ প্রকাশ কৰে তলত সেইবোৰ উল্লেখ কৰা :-
Be-Am, is, are, was, were:-  ‘Be’  Auxiliary Verb এক মূল অংশ যাৰ অৰ্থ হোৱা বা থকা ইয়াৰ Present Form হিচাপে am, is আৰ are যি বৰ্তমানত কিবা হোৱা বুজায় উদাহৰণস্বৰপে- মই এজন ছাত্র হওঁ –I am a student. তুমি এজন ছাত্র হোৱা- You are a student., সি/তাই এজন ছাত্র –He/she is a student. , লগতে ‘Be’ Verb Past Form হিচাপে Was আৰ Were ব্যৱহৃত হয়, যিয়ে কোনো বিষয় অতীততআছিলবাহৈছিলবাঘটিছিলবুজায় উদাহৰণস্বৰপে- I was a student. মানে মই এজন ছাত্র আছিলো আৰ You were a student. মানে তুমি এজন ছাত্র আছিলা
** ‘Be’ Verb এই ব্যৱহাৰৰ ওপৰিওঁ ‘Be’ য়ে আদেশ(Order) বা অনুৰোধ(Request) বা উপদেশমুলক(Advice) বাক্যৰ ক্ষেত্রতো ব্যৱহাৰ হয়
Ex- শান্ত আৰ মনে মনে থাকা (মৌন)- Be calm and quiet. (Order)
    অনুগ্রহ কৰি ধৈর্য ধৰক- Please be patient. (Request)
    ৰাস্তা পাৰ হওঁতে সাবধান বা- Be careful while crossing a road/street.   (Advice)
‘DO’  Verb-DO, DOES, DID,  
‘Do’ Auxiliary Verb তিনিটি কামত হয়
) Do মানে কৰা, I do it. মানে মই এইটো কৰো, She/he does it.(3rd person, so ‘does’)  মানে তাই বা সি এইটো কৰে, লগতে ‘Do’ Past Form ‘Did’ অতীতত কৰিছিলো বুজাই, I did it. মানে মই এইটো কৰিছিলো
) ‘Do’ Auxiliary Verb য়ে বাক্যত বেলেগ Auxiliary Verb অনুপস্থিত প্রশ্ন সুধাত বা প্রশ্নবোধক বাক্য বনোৱাত সহায় কৰে
Ex- I know it. মানে মই এইটো জানো , তুমি এইটো জানানে বুলি প্রশ্ন সুধিবৰ বাবে  ইয়াত বেলেগ কোনো Auxiliary Verb নাই সেয়েহে ‘Do’ যোগেদি প্রশ্নৰ Form গঠন কৰিব লাগিব অৰ্থাত Do you know it?, এইক্ষেত্রত First Person আৰ 2nd Person ‘Do’ আৰ 3rd Person ‘Does ‘, Does he/she know it? আৰ Past ‘Did’, Did you/she/he know it?
) ‘Do’ Auxiliary Verb য়ে বাক্যত বেলেগ Auxiliary Verb অনুপস্থিত নঞৰ্থক বা নহয়বোধক বাক্য বনোৱাত সহায় কৰে
Ex- I know it. মানে মই এইটো জানো মই এইটো নাজানো বুলি কবলৈ ইয়াত বেলেগ কোনো Auxiliary Verb নাই সেয়েহে ‘Do’ যোগেদি নঞৰ্থক বুজাব লাগিব অৰ্থাত I do not know., ঠিক এইদৰে 3rd Person লগত ‘Does’, he/she does not know it., আৰ অতীতৰ বাক্যৰ লগত ‘Did’ ব্যৱহাৰ হয় , I/he/she did not know it.(মই/সি/তাই এইটো জনা নাছিলো/নাছিল )
   have- have, has, had 
‘Have’ মানে থকা বা আছে বুজায় 1st আৰ 2nd Person লগত ‘have’ আৰ 3rd Person লগত ‘has’ ব্যৱহাৰ হয়, লগতে অতীতত থকা বুজালে ‘had’ ব্যৱহাৰ কৰিব লাগে
Ex- I have a gold colour pen.- মোৰ এটা সোণালীবৰণৰ কলম আছে
    He/she/Ranju has a gold colour pen- তেওঁৰ/তাইৰ/ৰঞ্জুৰ এটা সোণালীবৰণৰ কলম আছে
     I/he/she/Rabi had a gold colour pen.- - মোৰ/তেওঁৰ/তাইৰ/ৰঞ্জুৰ এটা সোণালীবৰণৰ কলম আছিল
ইয়াৰ ওপৰিওঁ ‘Have’ হাতত/অধিকাৰত থকা, অনুভৱ/অভিজ্ঞতা/চৰিত্র লাভ কৰা(Ex-He has a good mind.), সম্পন্ন কৰা/সিদ্ধ কৰা (Ex- I have my dinner at 9. p.m.), লাভ কৰা বা পোৱা (I had a letter from my sister yesterday.) আদি কামবোৰত ব্যৱহাৰ হয়
shall, should, will, would
‘Shall’ আৰ ‘Will’ য়ে ভৱিষত্যতত কোনো কাম বা ঘটিব অৰ্থাৎ Future Indefinite Tense ব্যৱহাৰ হয় আৰ ‘Shall’ Past Form ‘Should’ আৰ ‘Will’ Past Form ‘Would’ ব্যৱহাৰ হয়
এই Past Form দুয়ুটা (should & Would) , Narration কৰাৰ ক্ষেত্রত ‘Indirect Narration’ ব্যৱহৃত হয়
Ex- Direct- He said to his friend, “I shall go to your house tomorrow.”
       Indirect- He told his friend that he would (3rd person) go to his friend’s house the next day.
      Direct- I said, “I shall do it tomorrow.”
     Indirect- I said that I should do that the next day.
* Past Form হিচাপে ‘Should’ ব্যৱহাৰ হোৱাৰ  উপৰিওঁ ‘Should’ য়ে কৰ্তব্য (duty), বাধ্যবাধকতা (obligation),  আৰ কৰা উচিত বা হোৱা উচিত এনে অৰ্থত ব্যৱহাৰ হয়
আমি আমাৰ দেশক সন্মান কৰা উচিত৷- We should respect our country.
তুমি এইটো কৰা অনুচিত - You should not do it.
   ঠিক এইদৰে ‘Would’ য়েও বিনম্র অনুৰোধ বুজাবলৈ ব্যৱহাৰ হয়
তুমি মোক মোৰ বাবে তোমাৰ নোটবহীখন দিবা নেকি?-  Would you give me your notebook for me?
may, might, must:
‘May’ সাধাৰণতে তিনিটি ক্ষেত্রত বেছিকৈ ব্যৱহাৰ হয়:-
) সম্ভাৱনা ক্ষেত্রত অৰ্থাৎ হবও পাৰে বা নহবওঁ পাৰে এনে অৰ্থত:
    আজি ৰাতি বৰষুণ হব পাৰে ৷- It maybe (may be) rain tonight.
    মই যাবওঁ পাৰো ৷- I may be go.
2) ইচ্ছা বা আকাংক্ষা কৰা ক্ষেত্রত:-
    তুমি দীৰ্ঘজীৱী হোৱা- May you live long.
    ভগবানে আমাৰ সকলোকে মঙ্গল কৰক- May God bless us all.
) অনুৰোধ অৰ্থাত Permission লোৱা বাক্যৰ ক্ষেত্রত:-

    আচাৰ্য মই সোমাব পাৰোনে ৷- May I come in acharjya?

 

‘May’ Past Form হিচাপে ‘Might’ ব্যৱহাৰ হয় ৷
   Direct- Our teacher said, “May you live long.”
   Indirect- Our teacher wished that I might live long.
‘Must’ এ অৱশে্যই কৰিব লগা(Obliged to do) বা বাধ্যবাধকতাৰ ক্ষেত্রত বা নিশ্চয়তা আৰ সকল্প আদি ক্ষেত্রত ব্রৱহাৰ হয় ৷
  তুমালোকে তোমালোকৰ ঘৰৰ গৃহকাৰ্য কৰিবই লাগিব ৷- You must do your home work.
  তোমালোকে শিক্ষকসকলক মানি চলিবই লাগিব ৷- You must obey your teachers.
** I may be go. মানে মই যাবওঁ পাৰো নাযাবওঁ পাৰো ৷
    I might go. মানে মই যাম ৷(ভৱিষ্যত সম্ভাৱনা ক্ষেত্রত, নিশ্চিত নহয়)
    I must go মানে মই যামেই ৷
can, could
‘Can’  Auxiliary Verb কৰ্মক্ষমতা (Ability) বা সামৰ্থ (Capable) থকাতো বুজায় আৰ  ‘Can’ Past Form হিচাপে Could ব্যৱহাৰ হয় I can do it. মানেমই এইটো কৰিব পাৰো আকৌ I could do it. মানেমই এইটো কৰিব পাৰিছিলো লগতে * Could য়ে নম্রতা আৰ বিনয়ৰেৰে কোনো কথা কোৱাৰ ক্ষেত্রতো ব্যৱহাৰ হয় তুমি এজন ডাক্টৰক মাতি আনিব পাৰিবা নেকি বাৰ০ - Could you call in a doctor?
ought (to):
কোনো কাৰ্য কৰা বা হোৱাটো উচিত আছিল, এনে অৰ্থত ought ব্যৱহাৰ হয়
আমি আমাৰ মাতৃভূমিক ভাল পাব লাগে - We ought to love our motherland.
তুমি যাব লাগিছিল - You ought to go.

need
‘Need’ Auxiliary Verb প্রয়োজনীয়তা বা আৱশ্যকতাক বুজায়
কিতাপ কিনিবলৈ মোক অলপ টকাৰ প্রয়োজন - I need some money to buy books.
তালৈ যোৱা তোমাৰ কোনো প্রয়োজন নাই - You need not go there.

Dare
‘Dare’ Auxiliary Verb দুঃসাহস কৰা বা প্রত্যাহ্বান জনোৱা এনে ধৰণৰ কৰ্মবোৰত ব্যৱহাৰ হয়
Ex- I dare to do the work.
    How dare you?
    I dare not do it.
    You dare no to it.(not to do it).
Used to:
Use মানে ব্যৱহাৰ কৰা, ইয়াৰ Past Form Used অৰ্থাৎ Used য়ে অতীতত কোনো কাম ব্যৱহাৰ হৈছিল বা অতীতত কোনো কাম সদায় হৈছিল, কিন্তু এতিয়া নহয় এনে অৰ্থত ব্যৱহাৰ হয় ৷ ইয়াৰ লগত ‘to’ infinitive যোগ হয় ৷
মই লৰালীকালত সদায় কপিলী নদীত সাতুৰিছিলো- I always used to swimming in Kapili River in childhood.
তেখেতে ডেকা বয়সত সদায় বহুদূৰত্ব দূৰিছিল- He used to run a long distance when he was young.



All the best and best of luck to all of you. By Podmeswar