Advance Uses of Tense(বহল অৰ্থত Tense ৰ ব্যৱহাৰ), BY PODMESWAR

 CAUTION! 

SOME MISTAKES MAY BE HAPPEN....


Present Tense(বৰ্তমান কাল):-

(a)Indefinite বা Simple Present Tense:-

1. সদায় সত্য বাক্যবোৰৰ ক্ষেত্রত যাক Universal Truth অথবা চিৰসত্য বোলা হয়৷ এনে ধৰণৰ বাক্যবোৰ Present Indefinite Tense লিখা হয়৷

Ex- চন্দ্র ৰাতিৰ আকাশত উলায়৷

The moon rises in the night sky.

2. সদায় ব্যৱহিত কৰ্মবোৰ অৰ্থাৎ অভ্যাসগত কৰ্মৰ ক্ষেত্রত যাক Habitual Action বা অভ্যাসগত কাম বোলা হয়৷এনে ধৰণৰ বাক্যবোৰ Present Indefinite Tense লিখা হয়৷

Ex- মই দিনে ঘন্টাকৈ পঢ়ো৷

    I read eight hours a day.

3. এতিয়াই এটা কাম লগে লগে হোৱা বুজালে বা কোৱাৰ লগে লগে কামটো হোৱা ধৰণৰ বুজালে, Present Indefinite Tense ব্যৱহিত হয়৷

Ex- তুমি আহিলানে?

    Are you come?

    হয় মই আহিলো৷

    Yes, I come.

4. যিবোৰ বস্তু জগত বিখ্যাত অৰ্থাৎ অতি আচৰিত ধৰণৰ(Thing of Wonder)হয়৷তেনেবোৰ বাক্যক Present Indefinite Tense লিখা হয়৷

Ex- ৰাজপুতনাৰ জয়স্তম্ভটো গৌৰৱৰ বস্তু৷

    The Victory Tower of Rajputana is a thing of pride.

5. কিছুমান কৰ্ম যি ভৱিষ্যতে ঘটিব কিন্তু তাক এতিয়া বৰ্তমানতে নিৰ্ধাৰণ কৰা হয়৷তেনেবোৰ বাক্যক Present Indefinite Tense লিখা হয়৷

Ex- স্কুল সোমবাৰে খুলিব৷

    The school reopens on Monday next.

6. সচৰাচৰ যিবোৰ ঘটনা সত্য হয় বা ঘটি থাকে৷তেনেবোৰ বাক্যক Present Indefinite Tense লিখা হয়৷

Ex- তেওঁৰ দেউতাক কলেজ এখনত কাম কৰে৷

    His father works in a college.

7. অতীতৰ দুটি ঘটনাক উজ্জল অৰ্থাৎ সজীৱকৈ দেখুৱাবলৈ Present Indefinite Tense ব্যৱহাৰ কৰা হয়৷

Ex- অসুকে তেতিয়া এদল সৈন্যৰ সৈতে কালিংগাক আক্রমণ কৰিলে৷

    Asoka then invades Kalinga with a large army.

8. কোনো বৃহৎ বৃহৎ গ্রন্থৰ মহত্বপূৰ্ণ উদ্ধৃতিবোৰ দিয়াৰ ক্ষেত্রত Present Indefinite Tense ব্যৱহাৰ কৰা হয়৷

Ex- Shakespeare says, “Neither a borrower nor a lender be.”

    Gray says, “Let not ambition mock their useful toil.”

9. Future অৰ্থাৎ ভৱিষ্যত কালৰ লগত ইয়াৰ ব্যৱহাৰ:-

(a) কোনো এটা কাম কোনো স্থিৰ সিদ্ধান্তৰ ক্ষেত্রত ব্যৱহাৰ কৰিলে৷

      Ex- কালিলৈ মোৰ দাদা আমেৰিকা এৰিব৷

          My brother leaves for America tomorrow.

      (b) কেতিয়াবা Future Action নিৰ্দেশ লোৱা বাক্যৰ ক্ষেত্রত৷

     

Ex- ইয়াৰ পিছত মই কি কৰিম৷

          What do I do next?

      (c) কিছুমান চৰ্ত সাপেক্ষে Future Action Present Indefinite Tense ব্যৱহাৰ হয়৷

      Ex- যদি সি কাইলৈ আহে, সি তাৰ ভনীয়েকক লগ কৰিব৷

          If he comes tomorrow, he will meet his sister.

      (d) Future Action Time Clause ক্ষেত্রত Present Indefinite Tense ব্যৱহাৰ হয়৷

      Ex- মই সি অহালৈকে অপেক্ষা কৰিম৷

          I shall wait until he comes.

10. What is Present Indefinite Tense? Present Indefinite Tense অনিশ্চিত বৰ্তমান কাল, ইয়াত ক্রিয়া বৰ্তমান হোৱা স্বত্তেওঁ কোনো নিশ্চিত সময়ৰ ইংগিত নিদিয়ে৷ I write অৰ্থাৎ মই লিখো বাক্যটোত কেতিয়া লিখো সেই বিষয়ে একো উল্লেখ কৰা নাই৷

11. Present Indefinite বাক্যবোৰ নঞৰ্থক বা মই নিলিখো, মই নকৰো আদি বাক্যবোৰ লিখিবলৈ I,we,you আৰ they লগত do not আৰ he,she,it আদি Third Person singular Number লগত does not প্রয়োগ কৰা হয়৷

Ex- মই নিলিখো- I do not write.

    এতিয়া চৰাই নুৰে- Now the birds do not fly.

12. Present Indefinite Tense বাক্যৰ ক্ষেত্রত যেতিয়া প্রশ্ন সুধা ধৰণৰ পুনৰাবৃত্তি হয়, তেনেহলে বাক্যতো স্বীকৃত বাচক লে don’t নাইবা doesn’t প্রয়োগ কৰিব লাগে৷

Ex- সি প্রতেকদিনা স্কুললৈ যায়, নাযায়নে?-

    He goes daily to school, doesn’t he?

    মোৰ ঘড়ীটোত সময় আচল সময়তকৈ আগবঢ়া/আগত, নহয়নে?

    My watch runs fast, doesn’t it?

Structure:- Subject + Verb প্রথম ৰপ + Verb লগত s/es যোগ যদিহে Third Person singular Number হয় + Extension(Object আৰ Complement)

‘Be’ Verb Conjugation

Person

Singular number

Plural Number

1st Person

I am(মই হয়/মই হওঁ)

We are(আমি হয়/হওঁ)

2nd Person

You are(তুমি হয়/হোৱা)

You are(তোমালোক হয়/হোৱা)

3rd Person

He/she/it is(সি/তাই/এইটো হয়/আছে

They are(সিহতে হয়)

 

‘Go’ Verb Conjugation

Person

Singular number

Plural Number

1st Person

I go(মই যাওঁ)

We go(আমি যাওঁ)

2nd Person

You (তুমি যোৱা)

You go(তোমালোক যোৱা)

3rd Person

He/she/it goes(সি/তাই/এইটো যায়

They go(সিহতে যায়)

 

B. Present Continious Tense/ বৰ্তমান সময়ত চলি থকা কৰ্মবোৰ:-

1. বৰ্তমান সময়ত কোনো এটা কাম চলি থাকিলে বা শেষ হোৱা নুবুজালে আৰ কামটো কৰি আছে, গৈ আছে, হৈ আছে আদিৰ যোগেদি এতিয়া কামটো হৈ আছে বুজায়, কেতিয়াৰ পৰা হৈছে/কিমান সময়ৰ পৰা চলি আছে সেইটো উল্লেখ নাথাকিলে, এইবোৰ বাক্যক Present Continious Tense লিখিব লাগে

Ex- আমি এতিয়া ইংৰাজী ব্যাকৰণ শিকি আছো৷

    We are learning English grammar now.

2. ভৱিষ্যতৰ কিছুমান নিৰ্ধাৰিত কাম, যিবোৰ কৰা হোৱা নাই যদিওঁ সেইবোৰ কৰিবলৈ গৈ আছে, এনে অৰ্থ প্রকাশ কৰা বাক্যবোৰক Present Continuous Tense ব্যৱহাৰ কৰিব লাগে৷

Ex-  এসপ্তহাৰ ভিতৰত মই দিল্লী গৈ আছো/যাম৷

      I am going to Delhi within one week.

      এই মাহত বৰ পৰিব৷

      It is going to be very hot this month.

3. কৰ্তাৰ ইচ্ছা(intension) বুজাবলৈ Present Continuous Tense ব্যৱহাৰ হয় আৰ ইয়াত ‘Going to’ form ব্যৱহাৰ হয়৷

Ex- মই তোমালোকক এটা সাধু কম(মানে তেওঁ কবলৈ গৈ আছে)

    I am going to tell you a story.

4. সম্ভাৱনামূলক(likelihood)বাক্যবোৰ যিবোৰ অতি সোনকালে হব বা ঘটাৰ আশংকা থাকে অৰ্থাৎ যিবোৰ বলৈ গৈ আছে৷ এনেবোৰ বাক্যক Present Continuous Tense ব্যৱহাৰ হয়৷

Ex- সোনকালে বৰষুণ হব৷

    It is going to rain soon.

    আমি জিকিমেই এতিয়া৷

    We are going to win.

5. a)কৰ্তাৰ অনভূতি বুজোৱা(feel), b)আবেগ বুজোৱা(emotion) c)বোধ বা Understand d)জ্ঞান বা জনা আদি সূচক Verb বা কামবোৰৰ ক্ষেত্রত Present Continuous Tense ব্যৱহিত নহয় আৰ ইয়াৰ ঠাইত Present Indefinite Tense হে ব্যৱহাৰ হয়৷ Example- feel, think, know, hope, love, like, believe, understand, want, see, matter, resemble, contain, belong, posses, consist আদি এনেবোৰ Verb লগত Present Continuous Tense ব্যৱহাৰ নহয়৷

Ex- মোৰ ভাগৰ লাগি আছে৷

    I feel very tired.(not ‘I am feeling')

    মই এটা শব্দ শুনিবলৈ পাইছো৷

    I hear a sound.

    সেই ঘটনাটো এতিয়াওঁ মনত পৰি আছে৷

    I still remember that incident.

    মই আকাশত এখন উৰাজাহাজ দেখি আছো৷

    I see an aeroplane in the sky.(not use ‘I am seeing)

6.Present Continuous বাক্যৰ যোগেদি প্রশ্নসূচক বাক্যৰ ক্ষেত্রত am/is/are প্রথমত ৰাখি বাক্য গঠন কৰা হয়৷

Ex- তোমালোকে মৰামৰি কৰিছা কিয়?

    Why are you fighting?

    মোক মনমাৰি থকাযেন লাগিছেনে?

    Am I looking sad?

Structure- Subject+be verb(am/is/are)+ verb + ing + extension

 

Conjugation of ‘Be’ Verb

 

Person

Singular number

Plural Number

1st Person

I am being

We are being

2nd Person

You are being

You are being

3rd Person

He/she/it is being

They are being

Conjugation of ‘Go Verb’

Person

Singular number

Plural Number

1st Person

I am going(মই গৈ আছো)

We are going(আমি গৈ আছো)

2nd Person

You are going(তুমি গৈ আছা)

You are going(তোমালোক গৈ আছা)

3rd Person

He/she/it is going(সি/তাই/এইটো গৈ আছে)

They are going(সিহঁতে গৈ আছে)

 

C.Present Perfect Tense:-

1. কোনো এক কৰ্ম/কাম এইমাত্র সমাপ্ত বা শেষ এনে অৰ্থ প্রকাশ কৰিলে Present Perfect Tense ব্যৱহাৰ ৰিব লাগে৷

Ex- মই ইতিমধ্যে ভাত খাই উঠিলো৷

    I have already taken my meal.

    মই এইমাত্র ঘৰ পালোহি৷

    I have arrived house just now. Or I have just arrived house.

2. কোনো এটা কাম অতীততে হৈ কিন্তু সেই কামৰ ফল এতিয়ালৈকে আছে বা ফটফটীয়াকৈ মনত থাকিলে আৰ তাৰ ফল এতিয়াও ভোগ কৰিলে এনেবোৰ বাক্যক Present Perfect Tense ব্যৱহাৰ কৰিব লাগে৷

Ex- মই তাজমহল দেখিছো৷

    I have seen the Tajmahal.

    মই এই কবিতাটো লিখিছো৷

    I have written the poem.

3. এটা কাৰ্যৰ ফলাফল যদি এতিয়াওঁ ব্যৱহৃত হৈ আছে তেতিয়া এই Tense ব্যৱহাৰ কৰিব লাগে৷

Ex- মই অষ্টম মানতথাকোতেই ইংৰাজী ব্যাকৰণ শিকিলো৷

    I have learnt English grammar when I was in class eight.

    দেউতাই নিজৰ কৰ্তব্য ঠিক মতে কৰি থৈ গৈছে৷

    Father has done his duty rightly.

    মোৰ কোঠাটোত কোনোবা সোমাইছিল৷

    Somebody has entered my room.

4. কিছুমান Intransitive(অকৰ্মক) Verb(যেনে- go, come, rise etc) ‘be’ verb লগতো Present Perfect Tense ব্যৱহাৰ হয়৷

Ex- The sun is risen=The Sun has rises.

    He is gone= He has gone

    The sun is set= The sun has set.

Structure:- Subject+have/has+verb Past participle form+extension

To conjugation of ‘Be Verb’

Person

Singular number

Plural Number

1st Person

I have been

We have been

2nd Person

You have been

You have been

3rd Person

He/she/it has been

They have been

 

To conjugation of ‘Go Verb’

Person

Singular number

Plural Number

1st Person

I have gone(মই লো)

We have gone(আমি লো)

2nd Person

You have gone(তুমি লা)

You have gone(তোমালোক লা)

3rd Person

He/she/it has gone(সি/তাই/এইটো )

They have gone(সিহতে )

 

D.Present Perfect Continuous Tense:-

1.কোনো এটা কাম অতীতৰ অতীতৰ এক সময়ত আৰম্ভ হৈ বৰ্তমানলৈকে সেই কামটো চলি থাকিলে Present Perfect Tense ব্যৱহাৰ কৰা হয়৷

Ex- মই তিনিঘন্টা ধৰি এখন চিনেমা চাই আছো৷

    I have been watching a cinema for three hours.

2. Present Perfect Continuous Tense নিদ্দিষ্ট এক সময়ত অৰ্থাৎ ‘Point of time’ যেনে- দুই বজা পৰা, ৰাতিপুৱাৰ পৰা, ১৯৫৬ চনৰ পৰা, জানুৱাৰী মাহৰ পৰা, আদি বাক্যত থাকিলে Present perfect Continuous Tense ব্যৱহাৰ কৰিব লাগে৷

      আনহাতে ব্যাপক সময় বা অতিৰিক্ত সময় যাক ‘Period of Time’ বোলা হয়৷যেনে- দুঘণ্টা ধৰি, এসপ্তাহ বা দুবছৰ ধৰি আদি বক্যবোৰত থকিলে for ব্যৱহাৰ কৰিব লাগে৷

To Conjugation of verb ‘Be’

Person

Singular number

Plural Number

1st Person

I have been being

We have been being

2nd Person

You have been being

You have been being

3rd Person

He/she/it has been being

They have been being

Conjugation of Verb ‘Go’

Person

Singular number

Plural Number

1st Person

I have been going(মই গৈয়েই আছো)

We have been going(আমি গৈয়েই আছো)

2nd Person

You have been going(তুমি গৈয়েই আছা)

You have been going(তোমালোক গৈয়েই আছা)

3rd Person

He/she/it has been going(সি/তাই/এইটো গৈয়েই আছে)

They have been going(সিহতেগৈয়েই আছে)

 

Past Tense(অতিত কাল)

Past Indefinite Tense:-

1.   কোনো এটা কাম অতীতত হৈছিল বা ঘটিছিল বুজালে Past Indefinite Tense ব্যৱহাৰ কৰিব লাগে৷

Ex- মই কালি তেজপুৰলৈ গৈছিলো৷

    I went to Tejpur yesterday.

    ৰাজীৱে মোক পঢ়াৰ ক্ষেত্রত বৰ সাহাৰ্য কৰিছিল৷

    Rajib helped me a lot for my study.

2.   যদি কোনো এটা কাম অতীতত হৈছিল কিন্তু কেতিয়া হৈছিল তাৰ সঠিক সময় উল্লেখ নাই এনে অৰ্থত Past Indefinite Tense ব্যৱহাৰ কৰিব লাগে৷

Ex- এবাৰ মই এটা ধুনীয়া চৰাই দেখিছিলো৷

    Once I saw a beautiful bird.

    আমি হোজাই চহৰত বাস কৰিছিলো৷

    We lived at Hojai Town.

3.   অতীতৰ কোনো অভ্যাসগত কাম উল্লেখ কৰিবলৈ লে Past Indefinite Tense ব্যৱহাৰ কৰিব লাগে৷

Ex- মই অষ্টমমানত থাকোতে দিনে পাঁচ ঘণ্টাকৈ পঢ়িছিলো৷

    I studied five hours a day when I was in class eight.

4.   কোনো কোনো বাক্যত যেতিয়া নম্রতা, অনুৰোধ আদি প্রকাশ কৰা হয় তেতিয়া Can, May, Will সলনি Could, Might আৰ Would ব্যৱহাৰ কৰা হয়৷

Could=Can you please help me?

Might=May I ask you about him?

Would=Will you kindly give me the book?

Structure:- Subject+Verb Past ৰপ+extension

Conjugation of Verb to ‘Be’

Person

Singular number

Plural Number

1st Person

I was(মই আছিলো)

We were(আমি আছিলো)

2nd Person

You were(তুমি আছিলা)

You were(তোমালোক আছিলা)

3rd Person

He/she/it was(সি/তাই/এইটো আছিলে)

They were(সিহতে আছিলে)

 

Conjugation of verb ‘Go’

Person

Singular number

Plural Number

1st Person

I went(মই গৈছিলো)

We went(আমি গৈছিলো)

2nd Person

You went(তুমি গৈছিলা)

You went(তোমালোক গৈছিলো)

3rd Person

He/she/it went(সি/তাই/এইটো গৈছিলে)

They went(সিহঁতে গৈছিলে)

 

Past Continious Tense:-

1.   অতীতৰে কোনো এক সময়ত এটা কাম চলি থকা বুজাবলৈ Past Continuous Tense ব্যৱহাৰ কৰা হয়৷ কিন্তু অতীততে কামটো চলি থাকিলেওঁ কেতিয়াৰ পৰা কামটো চলি আছে সেইটো উল্লেখ নাথাকে৷

Ex- গোটেই ৰাতিপুৱা বৰষুণ দি আছিল৷(কেতিয়াৰ পৰা দি আছিল)

    It was raining all through the morning.

    সেই সময়ত মই ফুলনিত বহি আছিলো(কোন সময়ত/কেতিয়াৰ পৰা)

    At that time I was sitting in the garden.

2.   অতীতত ঘটা দুটা কামৰ ক্ষেত্রত যিটো কাম চলি থাকে সেই কামটো Past Continuous Tense লিখিব লাগে৷ আৰ আনটো Past Indefinite Tense লিখিব লাগে৷

Ex- মই পঢ়ি থাকোতে কোনোবাই দুৱারত টুকুরিয়াইছিল৷

 someone knocked of the door which I was reading.

 মই তোমাৰ  ঘৰ পাওঁতে তোমাৰ মাৰাই ভাত ৰান্ধি আছিল৷

Your mother was cooking meal when I arrived your home.

3.   অতীতৰ দুটা চলিত কামৰ ক্ষে্ত্রতো এই tense ব্যৱহাৰ হয়৷

Ex-While I was reading, my sister was singing.

 

Structure-subject+was/were+v+ing+extension.

‘Be’verb conjugation

Person

Singular number

Plural Number

1st Person

I was being

We were being

2nd Person

You were being

You were being

3rd Person

He/she/it was being

They were being

 

Go’ verb conjugation

Person

Singular number

Plural Number

1st Person

I was going(মই গৈ আছিলো)

We were going(আমি গৈ আছিলো)

2nd Person

You were going(তুমি গৈ আছিলা)

You were going(তোমালোক গৈ আছিলা)

3rd Person

He/she/it was going(সি/তাই/এইটো গৈ আছিলে)

They were going(সিহঁতে গৈ আছিলে)

 

Past perfect tense:

1.   অতীততে কোনো দুটা কাম একেলগে সংঘটিত লে যিটো কাম আগতে সংঘটিত হয় বা সমাপ্ত হয় ইটো past perfect tense ব্যবহৃত আৰ আনটো কাম past indefinite ব্যবহাৰ হয়৷

Ex-আন্ধাৰ হোৱাৰ আগেয়ে মই ঘৰ পালো৷ I had reached home before it was dark.

তুমি অহাৰ আগতে তেওঁলোক ভাত খাবলৈ গৈছিল৷ they had gone for meal before you came.

2.   অতীতত হৈ যোৱা কোনো ঘটনাৰ সম্পৰ্কে অবাস্তব কল্পনা বা অনুমান কৰা সম্পৰ্কীয় বাক্যৰ ক্ষেত্রটো ইয়াক ব্যবহাৰ কৰা হয়৷ যাক

Ex- যদি তুমি মোক সেই জংঘলখনৰ বিষয়ে লাহেতেন , মই তালৈ নগলোহেতেন৷

If you had told me about the woods, I would not have gone.

মই তোমাক তিনি বছৰৰ আগতে লগ পোৱাটো আশা কৰিছিলো৷ I wich I had meat you ten years ago.

Structure-subject+had+v past participle+extention

         Be verb conjugation:

Person

Singular number

Plural Number

1st Person

I had been

We had been

2nd Person

You had been

You had been

3rd Person

He/she/it had been

They had been

 

 

 

                      Go verb conjugation

Person

Singular number

Plural Number

1st Person

I had gone(মই যোৱা হৈছিল)

We had gone(আমাৰ যোৱা হৈছিল)

2nd Person

You had gone (তুমাৰ যোৱা হৈছিল)

You had gone (তোমালোকৰ যোৱা হৈছিল)

3rd Person

He/she/it had gone (সি/তাই/এইটোৰ যোৱা হৈছিল)

They had gone (সিহঁতৰ যোৱা হৈছিল)

 

Past Perfect Continuous Tense:-

1.   অতীতত কোনো এটা কাম আগতে আৰম্ভ হৈ আন এটা অতীত কালৰ কামৰ আগলৈকে চলি আছিল এনে অৰ্থ প্রকাশ কৰিলে Past Perfect Continuous Tense ব্যৱহাৰ কৰা হয়৷

Ex- যেতিয়া মই বজাৰ পৰা ঘূৰি আহিছিলো, তেতিয়া সি দুঘন্টা ধৰি পঢ়ি আছিল৷

   When I returned from market, then he had been reading for two hours.

    মই উভতি অহা আগলৈকে ৰীতাই লিখি আছিল৷

    Rita had been writing before I came.

2.   অতীত কালৰ দুটা কামৰ ভিতৰত আগৰে পৰা চলি থকা কামটোক বুজাবলৈ Past Perfect Continuous Tense ব্যৱহাৰ কৰা হয়৷

Ex- সি অহাৰ আগৰে পৰা বাছখন ৰৈ আছিল৷

    The bus had been standing before he came back.

Conjugation of verb ‘be’

Person

Singular number

Plural Number

1st Person

I had been being

We had been being

2nd Person

You had been being

You had been being

3rd Person

He/she/it had been being

They had been being

Conjugation of ‘Go’ verb

Person

Singular number

Plural Number

1st Person

I had been going(মই গৈয়েই আছিলো)

We had been going (আমিগৈয়েই আছিলো)

2nd Person

You had been going (তুমি গৈয়েই আছিলা)

You had been going (তোমালোক গৈয়েই আছিলা)

3rd Person

He/she/it had been going (সি/তাই/এইটো গৈয়েই আছিলে)

They had been going (সিহঁতে গৈয়েই আছিলে)

 

FUTURE TENSE

A.Future Indefinite Tense:-

1. কোনো কাম বা ঘটনা ভৱিষ্যতে অৰ্থাৎ সংঘটিত বা ঘটিব এনে অৰ্থ প্রকাশ কৰিলে আৰ কেতিয়া বা ঘটিব তাৰ সময়ৰ ক্ষেত্রত কোনো নিদ্দিষ্ট নিৰ্ধাৰিত নহলে, তেনেবোৰ বাক্যক Future Indefinite Tense ব্যৱহাৰ কৰিব লাগে৷ ( , , বি, বা আদি শব্দ হিচাপে বাক্য শেষত এই Tense ব্যৱহাৰ হয়, যেনে- খাম, যাম, , কৰিবি, ইত্যাদি৷

Ex- অহা শিক্ষক দিৱসত অংকুৰে এটা গাণ গাব৷

    Ankur will sing a song in next teacher day.

    আজিৰ পৰা ৰাজুৱে সদায় সঁচা কথাব৷

    Raju will always speak the truth from today.

2.সচৰাচৰ ঘটি থকা কিছুমান ঘটনা এইবাৰো ঘটিব বা এনে অৰ্থত Future Indefinite Tense ব্যৱহাৰ হয়৷

Ex- এইবাৰ গ্রীষ্মকালত বৰ গৰম পৰিব৷

    It will be very hot in summer.

3.   আসন্ন ভৱিষ্যতৰ ক্ষেত্রত যদিওঁ Future Indefinite Tense ব্যৱহাৰ কৰিব লাগে কিন্তু এই ক্ষেত্রত ‘going to’ form ব্যৱহাৰ কৰি present continuous tense তহে হয় আৰ ইয়াৰ অৰ্থ হিচাপেগৈ আছেবাবই এতিয়াএনেদৰে প্রকাশ হয়৷

Ex- এজাক প্রবল ধুমুহা হবই এতিয়া৷

    It is going to a heavy storm.

Structure- Subject+shall/will+Verb প্রথম ৰপ+extension

Conjugation of verb ‘Be’

Person

Singular number

Plural Number

1st Person

I shall be(মই হম)

We shall be (আমি হম)

2nd Person

You will be (তুমি বা)

You will be (তোমালোকে বা)

3rd Person

He/she/it will be (সি/তাই/এইটো )

They will be (সিহতে হয়)

Conjugation of Verb ‘Go’

Person

Singular number

Plural Number

1st Person

I shall go(মই যাম)

We shall go (আমি যাম)

2nd Person

You will go (তুমি যাবা)

You will go (তোমালোকে যাবা)

3rd Person

He/she/it will go (সি/তাই/এইটো যাব)

They will go (সিহতে যাব)

 

 

 

B.Future Continuous Tense:-

1. বৰ্তমানে চলি থকা এটা কাম চলি থাকিব, ঘটি থাকিব, গৈ থাকিব, কৰি থাকিম, পঢ়ি থাকিম, আদি প্রকাশৰ যোগেদি ভৱিষ্যতে চলি থাকিব এনে অৰ্থ প্রকাশ কৰিলে কেতিয়ালৈকে চলি থাকিব তাৰ কোনো নিৰ্ধাৰিত সময় নাথাকিলে৷ Future Continuous Tense ব্যৱহাৰ কৰা হয়৷

Ex- আমি চিলা উৰুৱাই থাকিম৷

    We shall be flying kites.

    কেচুৱাটোৱে এতিয়া কান্দি থাকিব কাৰণ তাৰ ভূগ লাগিছে৷

    The child will be crying now because he is hungry.

Structure- Subject+shall/will+verb+ing+Extension

Conjugation of verb ‘Be’

Person

Singular number

Plural Number

1st Person

I shall be being

We shall be being

2nd Person

You will be being

You will be being

3rd Person

He/she/it will be being

They will be being

Conjugation of verb ‘Go’

Person

Singular number

Plural Number

1st Person

I shall be going(মই

We shall be going (আমি

2nd Person

You will be going (তুমি

You will be going (তোমালোক

3rd Person

He/she/it will be going (সি/তাই/এইটো

They will be going (সিহতে

 

 

C.Future Perfect Tense:-

1. ভৱিষ্যতৰ এক নিদ্দিষ্ট সময়ত বা তাৰ আগতেই কোনো এটা কাম সমাপ্ত নাইবা এটা কাম শেষ হোৱাৰ আগতে আন এটা কাম বুজালে Future Perfect Tense ব্যৱহাৰ হয়৷

Ex- মই এই পাঠটো ১বজাৰ ভিতৰত পঢ়ি শেষ কৰিম৷

    I shall have read this lesson by 1 o’clock.

    বেলি বহাৰ আগতে মই ঘৰলৈ ঘূৰি আহিম৷

    I shall have come home before the sun sets.

2.ভৱিষ্যতে লগা বা ভৱিষ্যত কালত হোৱা দুটা কামৰ ভিতৰত আগত শেষ লগা বাক্যটো Future Perfect Tense লিখা হয় আৰ দ্বিতীয় কামটো ভৱিষ্যতে ঘটিলেও বা সম্পাদিত হয় যদিও  Present Indefinite Tense তহে লিখা হয়৷

Ex- আমি তাত গৈ পোৱাৰ আগতে তেওঁলোক যাবগৈ৷

    They will have gone before we arrive there.

    স্কুল পুনৰ খুলাৰ আগতে মই কিতাপখন পঢ়ি শেষ কৰিম৷

    I shall have read the book before the school re-opens.

Structure:- subject+shall/will have+past participle of the verb+extension

Conjugation of verb ‘Be’

Person

Singular number

Plural Number

1st Person

I shall have been(মই

We shall have been (আমি

2nd Person

You will have been (তুমি

You will have been (তোমালোক

3rd Person

He/she/it will have been (সি/তাই/এইটো

They will have been (সিহতে

 

Conjugation of verb ‘Go’

Person

Singular number

Plural Number

1st Person

I shall have gone(মই

We shall have gone (আমি

2nd Person

You will have gone (তুমি

You will have gone (তোমালোক

3rd Person

He/she/it will have gone (সি/তাই/এইটো

They will have gone (সিহতে

 

 

C.Future Perfect Continuous Tense:-

1. ভৱিষ্যতে কোনো এটা কাম আন এটা কাম আৰম্ভ হোৱা আগলৈকে বা আগমূহূৰ্তলৈকে হৈ থাকিব বা চলি থাকিব বুজালে, Future Perfect Continuous Tense ব্যৱহাৰ কৰা হয়৷

Ex- তেওঁ ঘূৰি অহাৰ আগলৈকে মই এই কিতাপখনপঢ়ি থাকিম৷

    I shall have been reading the book before he returns.

    মই এঘণ্টা ধৰি পঢ়ি থাকিম৷

    I shall have been playing for one hours.

2.এটা কাম বা ঘটনা ভৱিষ্যতৰ কোনো নিদ্দিষ্ট এক মূহূৰ্তলৈকে চলি থাকিলেহতেন এনে অৰ্থ প্রকাশ লেওঁ Future Perfect Continuous Tense ব্যৱহাৰ কৰিব লাগে৷

 

Ex- ছাত্র হোৱা লে পঢ়ি থাকিলোহেতেন৷

    If I were a student, I shall have been reading.

Structure:- Subject+shall/will have been+verb+ing+extension

Conjugation of Verb ‘Be’

Person

Singular number

Plural Number

1st Person

I shall have been being(মই

We shall have been being (আমি

2nd Person

You will have been being (তুমি

You will have been being (তোমালোক

3rd Person

He/she/it will have been being(সি/তাই/এইটো

They will have been being (সিহতে

Conjugation of Verb ‘Go’

Person

Singular number

Plural Number

1st Person

I shall have been going(মই

We shall have been going (আমি

2nd Person

You will have been going (তুমি

You will have been going (তোমালোক

3rd Person

He/she/it will have been going(সি/তাই/এইটো

They will have been going (সিহতে

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

All the best from Podmeswar