সকলো শিক্ষকবৃন্দৰ চৰণত প্ৰণাম ।, God Blessing you all....গুৰু ব্ৰহ্মা গুৰু বিষ্ণু,গুৰু দেৱ মহেশ্বৰ। গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম,তস্মৈশ্ৰী গুৰুৱে নমঃ।। মহান চিন্তাবিদ,দাৰ্শনিক,দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান শিক্ষাবিদ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱৰ আজি শুভ জন্মদিনৰ দিনটোক "শিক্ষক দিৱস" হিচাবে পালন কৰা হয়। আজি এই পৱিত্ৰ দিনটোত মহান শিক্ষাবিদ গৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছো। "শিক্ষক দিৱস"ৰ পৱিত্ৰ ক্ষণত সমাজৰ প্ৰতিগৰাকী শিক্ষাগুৰুলৈ অলেখ শ্ৰদ্ধা আৰু ভক্তিভৰা সেৱা জনাইছোঁ।