NRC NRC & NRC

NRC NRC & NRC
  Written by Podmeswar Bora
অই ৰাম  চলিছে NRC
ঐ ৰাম  জহিছে খহিছে
ঐ ৰাম ডেকাৰে-বোঢ়াৱে
ঐ ৰাম মাথা ঘমাইছে
ঐ ৰাম কি কৰো তুমিয়ে কোৱাহে
মগজুৱে কাম নকৰে.......
মাঠা মোৰ ঘূলা পৰে৷

NRC NRC, NRC NRC,
  ৰাস্তাৰে-ঘাটতে, বজাৰে-সমাহে
NRC য়ে NRC য়ে
 অফিচে-কৰ্টে,মন্ত্ৰৰো গাটো
লাগিছে ঐ NRC
 আজি INDIAই উঠি পৰি লাগিছে
খেদিব বাংলাদেশী।

বতাহ বলিছে, ধূমূহা আহিছে 
 CONTROL CAPACITY
NRC ৰ কাৰণে
 সকলোৱে হেৰাই পেলাইছে৷

কোনো কোনো লোকে
    NRC ভৰাই ৩০০-৪০০ লৈ,
অফিচিয়েল মানুহ সকলো পৰিছে
 ৰাইজৰ কেলেংকাৰী হৈ।
‘COMPUTER MARKET’ ভৰিছে ৰাইজে
  PHOTO-ZEROX দিয়া
কিমান লাগে কোৱা, জল্ডি তুমি
  মোৰ কাম কৰি টকাবোৰ লোৱা৷

দুখৰ সাগৰখন, বলিব লাগিছে
  ভৱিষ্যতৰ ভাগ্যলৈ চাই
দিনৰে দিনটো হাজিৰা টকাবোৰ
  NRCত  দিছে বিলাই৷

প্রথমে আমাঁৰ গাওঁৰ বুঢ়া ককাইটিয়ে
  টকাবোৰ আছে লুটি,
গৰিব-দুখিয়াৰ মুখলৈ নাচায়
  চুহি আছে দিন-ৰাতি।

PRESIDENT বোপাই, টকা লুটি যায়
  বস্তাৰে-বস্তাৰে ভৰাই
সকলো মৰিছে, দুখীয়া-দৰিদ্র
  চিন্তাত শুকাই-খিনাই৷

আজি-কালি ভাই, বেছি দিন নাই
  গাওঁবুঢ়াই ককাই, কিনিব মাৰতি
PRESIDENT ককাই, পুতেকৰ কাৰণে
  আনিব বলেৰো গাড়ী৷
কি হ’ব দেশৰ-সকলোবোৰৰ
  NRCয়ে নিলে খহায় ,
সকলো মৰিছে শুকাই-খিনাই
  ৰাতি টোপনি নাই৷

   THANKS ALL OF YOU
FOR READ MY POEM & SONG