NRC NRC &
NRC
Written by Podmeswar Bora
অই ৰাম চলিছে NRC
ঐ ৰাম ডেকাৰে-বোঢ়াৱে
ঐ ৰাম মাথা ঘমাইছে
ঐ ৰাম কি কৰো তুমিয়ে কোৱাহে
মগজুৱে কাম নকৰে.......
মাঠা মোৰ ঘূলা পৰে৷
NRC ঐ NRC, NRC ঐ NRC,
ৰাস্তাৰে-ঘাটতে, বজাৰে-সমাহে
NRC য়ে NRC য়ে
অফিচে-কৰ্টে,মন্ত্ৰীৰো গাটো
লাগিছে ঐ NRC
আজি INDIAই উঠি পৰি লাগিছে
খেদিব বাংলাদেশী।
বতাহ বলিছে, ধূমূহা আহিছে
CONTROL CAPACITY
NRC ৰ কাৰণে
সকলোৱে হেৰাই পেলাইছে৷
কোনো কোনো লোকে
NRC ভৰাই ৩০০-৪০০ লৈ,
অফিচিয়েল মানুহ সকলো পৰিছে
ৰাইজৰ কেলেংকাৰী হৈ।
‘COMPUTER MARKET’ ভৰিছে ৰাইজে
PHOTO-ZEROX
দিয়া
কিমান লাগে কোৱা, জল্ডি তুমি
মোৰ কাম
কৰি টকাবোৰ লোৱা৷
দুখৰ সাগৰখন, বলিব লাগিছে
ভৱিষ্যতৰ
ভাগ্যলৈ চাই
দিনৰে দিনটো হাজিৰা টকাবোৰ
NRCত দিছে বিলাই৷
প্রথমে আমাঁৰ গাওঁৰ বুঢ়া ককাইটিয়ে
টকাবোৰ আছে
লুটি,
গৰিব-দুখিয়াৰ মুখলৈ নাচায়
চুহি আছে
দিন-ৰাতি।
PRESIDENT বোপাই, টকা লুটি যায়
বস্তাৰে-বস্তাৰে
ভৰাই
সকলো মৰিছে, দুখীয়া-দৰিদ্র
চিন্তাত
শুকাই-খিনাই৷
আজি-কালি ভাই, বেছি দিন নাই
গাওঁবুঢ়াই
ককাই, কিনিব মাৰতি
PRESIDENT ককাই, পুতেকৰ কাৰণে
আনিব বলেৰো
গাড়ী৷
কি হ’ব দেশৰ-সকলোবোৰৰ
NRCয়ে নিলে
খহায় ,
সকলো মৰিছে শুকাই-খিনাই
ৰাতি টোপনি
নাই৷
THANKS ALL OF YOU
FOR READ MY POEM &
SONG