অসমৰ ভূগোল

*** নোটৰ বিষয়বস্তু :
১। পাঠৰ প্রশ্নোত্তৰ
২ ৷ 'RG' & Model Question Bank ৰ প্রশ্নোত্তৰ
৩ ৷ পাঠৰ ভিতৰৰ/মাজৰ সকলো প্রশ্নোত্তৰ

*** লক্ষ্য বা উদ্দেশ্যসমূহ :
১ ৷ সকলো দশম শ্রেণীৰ ছাত্র-ছাত্রীৰ সহায়ৰ বাবে
২ ৷ মূলগত আৰ গুণগণ প্রশ্নোত্তৰৰ প্রদানৰ অৰ্থে
৩ ৷ দুখীয়া শ্রেণী শিক্ষাৰ্থীবৃন্দৰ সাহাৰ্যাৰ্থে
৪ ৷ "আহিছে মানুহ, গৈছে মানুহ" , যি সৰহেই নিজ স্বাৰ্থৰ বাবে অন্তিম পৰ্যায়লৈকে নিজৰ হৈ চিন্তা কৰে ৷ ইয়াৰ সম্পূৰ্ণ বিপৰীত ধৰ্মীতাৰে যিমান পাৰো সকলোকে সহায়-সহযোগ আগবঢ়াম, তেতিয়াহে মানুহৰ জীৱণৰ সাৰ্থক হ'ব বুলি আমি ভাবো ৷

         সকলো ছাত্র-ছাত্রীকে জনাওঁ যে তোমালোকে এই নোটসমূহ অধ্যয়ণ কৰাৰ আগতে কমেওঁ একবাৰ নিদ্দিষ্ট পাঠটো পঢ়িবা, তাৰ পিছতহে এই নোটসমূহ চাবা , তেতিয়া এই নোটসমূহত হোৱা কাৎচিত ভূলবোৰে তোমাক কোনো ক্ষতি নকৰে ৷ যদি উল্লেখ কৰা নোটৰ বিষয়বস্তুখিনি পঢ়া হ'ল, তেনেহ'লে এইবোৰ নাচালেওঁ হ'ব ৷  আশা কৰো এই নোটসমূহে তোমালোকক অকণমান হ'লেওঁ সহায় কৰিব ৷



PAGE-1

PAGE-2

PAGE-3

PAGE-4

PAGE-5

PAGE-6

PAGE-7

PAGE-8

PAGE-9

PAGE-10

PAGE-11

PAGE-12

PAGE-13

PAGE-14

PAGE-15

PAGE-16

PAGE-17

PAGE-18

PAGE-19

PAGE-20

PAGE-21


Other chapters of social science are also going to be update shortly, keep visit this site.